নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাৰ এখন আসনত হিন্দু বাঙালীক প্রার্থিত্ব দিয়াৰ দাবী

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ নির্বাচন অনুষ্ঠিতব্য অসমৰ তিনিখন ৰাজ্যসভাৰ আসনৰ ভিতৰত এখনত খিলঞ্জীয়া হিন্দু বাঙালীক প্রার্থিত্ব প্রদানৰ দাবী তুলিছে সদৌ অসম বাঙালী যুৱ ছাত্র–ফেডাৰেচনে৷ একে সময়তে ২০২১ চনৰ বিধানসভা নির্বাচনত ব্রহ্মপুত্র উপত্যকাৰ পৰা…

কটন বিশ্ববিদ্যালয়ত জাপানী ভাষাৰ পাঠ্যক্রম

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ জাপানত শেহতীয়াকৈ বৃদ্ধি পোৱা নিয়োগৰ চাহিদাৰ প্রতি লক্ষ্য ৰাখি কটন এলুমনাই এছ’চিয়েচনে জাপানী ভাষাৰ প্রশিক্ষণৰ বাবে এক বিশেষ উদ্যোগ গ্রহণ কৰিছে৷ জাপান ফাউণ্ডেচনৰ সহযোগত আৰু জাপান এডুকেচন এণ্ড স্কিল ডেভেলপমেণ্ট চেণ্টাৰ…

মানাহলৈ পোৱালিসহ কাজিৰঙাৰ মাইকী গঁড়

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ চলিত বর্ষৰ ভিতৰত ৰাজ্যখনত এটা খড়গ থকা গঁডৰ সংখ্যা তিনি হাজাৰলৈ বৃদ্ধি কৰাৰ উদ্দেশ্যে ইণ্ডিয়ান ৰাইন’ ভিছন আঁচনিৰ অধীনত আজি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা পোৱালিসহ এটা মাইকী গঁড় মানাহ ৰাষ্ট্রীয় উদ্যানলৈ নিয়া হয়৷…

আজি কার্যকর্তাৰ ৰিপৰ্ট কার্ড বিচাৰি ৱেবছাইট উন্মোচন বিজেপিৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ভাৰতীয় জনতা পার্টী, অসম প্রদেশে গুৱাহাটীস্থ সদৰ কার্যালয়ত কার্যকর্তাৰ ৰিপ’ট কার্ড বিচাৰি যুগুত কৰা ৱেবছাইট মুকলি কৰিব৷ মহানগৰীৰ হেঙেৰাবাৰীৰ ‘অটল বিহাৰী বাজপেয়ী ভৱন’ৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত দলৰ ৰাজ্যিক সভাপতি…

ফ্লেটত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্রাণ গ’ল ৪ বছৰীয়া শিশুৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত সংঘটিত হূদয়বিদাৰক ঘটনাৰ আজি পুনৰাবৃত্তি ঘটিল শিলচৰত৷ এটা ফ্লেটত সূত্রপাত ঘটা ভয়ংকৰ অগ্ণিকাণ্ডত কৰুণ মৃত্যুক সাবটি লয় এটি চাৰিবছৰীয়া শিশুৱে৷ ঘটনা সন্দর্ভত প্রত্যক্ষদর্শীয়ে জানিবলৈ দিয়া…

যৌৱন, মোৰ টোকাবহীৰ পৰা

হোমেন বৰগোহাঞি                 মই কেতিয়াও বুঢ়া হ’ব নোখোজোঁ ৷ মই চিৰ যৌৱনৰ অধিকাৰী হ’ব খোজোঁ৷ যজাতিৰ নিচিনা ধাৰ কৰা যৌৱন নহয় নিজৰ সাধনাৰে অর্জন কৰা যৌৱন৷ কিন্তু যৌৱনৰো মোৰ নিজস্ব এটা সংজ্ঞা আছে৷ বহু বছৰৰ আগতে লিখা এটা প্রবন্ধত মই…

তৃতীয় বড়ো চুক্তিত যদি একোৱেই নাই, তেন্তে হাগ্রামাই স্বাক্ষৰ কৰিলে কিয়?

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ বিটিচিপ্রধান হাগ্রামা মহিলাৰীয়ে সভাই–সমিতিয়ে গাই ফুৰিছে যে তৃতীয় বডো শান্তি চুক্তিত একোৱেই নাই৷ যদি চুক্তিত বড়ো জাতি তথা অঞ্চলবাসী ৰাইজৰ বাবে একোৱেই নাই তেন্তে তেওঁ কিয় স্বাক্ষৰ কৰিলে সেই শান্তি চুক্তিত? নে তেওঁ…

‘ডি’ ভোটাৰ সম্পূর্ণৰূপে উঠাই দিব লাগে

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ চিৰাং জিলাৰ বিজনীত সদৌ বাঙালী পৰিষদৰ চিৰাং জিলা আৰু বিজনী আঞ্চলিকৰ তৃতীয় বার্ষিক অধিৱেশনত অংশগ্রহণ কৰে বিজেপি বিধায়ক শিলাদিত্য দেৱে৷ বিজনীৰ বড় কালীবাৰী প্রাংগণত অনুষ্ঠিত সভাৰ আঁত ধৰে পৰিষদৰ চিৰাং জিলা কমিটীৰ সভাপতি…

বিটিএডিত হোৱা নাই সকলোৰে সম উন্নয়ন

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ভাৰতীয় জনতা পার্টীৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল দেশৰ সকলো প্রান্তত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীৰ সম অধিকাৰ আৰু সম উন্নয়ন হোৱা৷ কিন্তু বিটিএডি এলেকাত বসবাস কৰা জাতি–জনগোষ্ঠীৰ সম উন্নয়ন আৰু সম অধিকাৰ পৰিলক্ষিত হোৱা…

খানাপাৰাত SBIৰ গাড়ী ঋণ মেলা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মহানগৰীৰ গণেশ মন্দিৰ ইনড’ৰ ষ্টেডিয়ামৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কার্যসূচীৰে আৰম্ভ হৈছে এছবিআই গাড়ী ঋণ মেলা৷ এই মেলা উদ্বোধন কৰে বিদ্যাপতি চৌধুৰী, এজিএম, আৰবি’ (গুৱাহাটী মহানগৰ) আৰু পি কে বেহেৰা, এজিএম, নিউ…