নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নাগৰিকক ন্যায় প্রদান চৰকাৰৰ দায়িত্ব’

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ প্ৰধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি উত্তৰপ্রদেশৰ প্রয়াগৰাজত এখন বিশাল জনসভাত অংশ লৈ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলক সহায়–সামগ্রী বিতৰণ কৰে৷ এই সভাত প্রধানমন্ত্রী মোদীয়ে কয় যে সকলো নাগৰিককে প্রাপ্য আৰু ন্যায় প্রদান…

দিল্লীত ‘গুলী মাৰো’ শ্লোগানঃ ৬জনক আটক

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ক্রমাৎ স্বাভাৱিক হোৱাৰ দিশে দেশৰ ৰাজধানী নতুন দিল্লী৷ যোৱা ২৫ ফেব্রুৱাৰীৰ পৰা ২৭ ফেব্রুৱাৰীলৈকে অগ্ণিগর্ভত পৰিণত ৰাজধানী চহৰখনৰ উত্তৰ–পূব জিলা শান্ত হৈ উঠিছে৷ দিল্লীৰ হিংসাত এগৰাকী আৰক্ষী জোৱানসহ ৪২জন লোকৰ প্রাণহানি…

আজিৰ দিনটোৰ ৰাশিফল

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মেষঃ সাৱধানে দিনটো পাৰ কৰক৷ দৰকাৰী কামত অৱহেলা নকৰিব৷ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ বিদ্যাত মজলীয়া ফল৷ খাদ্যাদিত যত্ন লওক৷ প্রেম বিবাদ৷ শুভ ৰং মাটিয়া, শুভ সংখ্যা ২৷ বৃষঃ উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷…

ভৰলু–বাহিনী–বোন্দাজান-পামহীৰ আৱর্জনা নিষ্কাশনৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ কামৰূপ জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ গুৰুত্বপূর্ণ সভা এখন  জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সভাপতিত্বত উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়৷ জিলাখনৰ ৰাজহ চক্র বিষয়াসকলৰ উপৰি আৰক্ষী, জলসম্পদ, গড়কাপ্তানি,…

সমষ্টি পুনৰ গঠনক লৈ ৰাজ্যৰ ৰাজনীতিত ভিন্ন সমীকৰণ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ২০২১ চনৰ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত কেন্দ্রীয় চৰকাৰে সমষ্টি পুনৰ গঠনৰ বাবে জাৰি কৰা অধিসূচনাই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্র উৎকণ্ঠা তথা প্রতিক্রিয়া৷ ২০০৮ চনতে সমগ্র দেশতে সমষ্টি পুনৰ নির্ধাৰণ প্রক্রিয়া…

‘অশান্ত’ অসম মাত্র তিনি মাহতে হ’ল ‘শান্ত’

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ মাত্র তিনি মাহৰ ভিতৰতে ‘অশান্ত’ অসম হৈ পৰিল ‘শান্ত’৷ বিগত ৯০ দিনৰ ব্যৱধানত কেন্দ্রীয় চৰকাৰৰ দুটা গুৰুত্বপূর্ণ মন্ত্রালয়ে জাৰি কৰা দুখন পৃথক ৰাজপত্রিত অধিসূচনাত স্পষ্ট হৈছে অসমৰ এই আশ্চর্যজনক () পৰিস্থিতি৷ উল্লেখ্য…

১২ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি হত্যা ৭ নৰপিশাচৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ কিশোৰীক দলবদ্ধ ধর্ষণ কৰি হত্যাৰ এক জঘন্য কাণ্ডই জোকাৰি গৈছে গহপুৰ৷ গহপুৰ আৰক্ষী থানাৰ অন্তর্গত ৰজাবাৰীৰ ১নং চকলাত ৭টাকৈ নৰপিশাচে একেখন গাঁৱৰ এগৰাকী ১২ বছৰীয়া কিশোৰীক ধর্ষণ কৰি হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্য…

আজি গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আসন্ন বিটিচি নির্বাচনক লৈ ইতিমধ্যে বড়োভূমিৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে ‘আকৌ এবাৰ হাগ্রামাৰ চৰকাৰ’ শ্লোগানেৰে পুনৰ বিটিচিৰ শাসনভাৰ দখলৰ লক্ষ্যৰে প্রচাৰকার্য জাৰদাৰ কৰি তুলিছে৷…

ৰিণিকি ভূঞা শর্মাক বঁটা প্রদান ৰাজ্যপালৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাক ‘প্রাগ প্রেৰণা এৱার্ডছ, ২০২০’ প্রদান কৰা হয়৷ অনুষ্ঠানটোত ৰাজ্যখনৰ ১১গৰাকী বিশিষ্ট প্রতিভাৱান…

এপ্ৰিলত অনুষ্ঠিত হ’ব কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰী: চলিত বৰ্ষৰ এপ্ৰিল মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব কটন বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহ । য'ত ২০১৭-১৯ বৰ্ষৰ সময়ছোৱাৰ ভিতৰত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত ডিগ্ৰীসমূহ প্ৰদান কৰা হ'ব । সেই উদ্দেশ্যে…