খিলঞ্জীয়াৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লে জাতিটো ৫০ বছৰলৈ সুৰক্ষিত হ’বঃ মন্ত্ৰী…
নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ অসমৰ ১২৬টা সমষ্টি পুনৰ গঠনৰ পোষকতা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । খিলঞ্জীয়াৰ স্বাৰ্থত সমষ্টি পুনৰ গঠনৰ প্ৰয়োজনীয়তা আছে, বেলেগ কোনো কথাই অসমীয়াক ৰক্ষা কৰিব নোৱাৰে। খিলঞ্জীয়াৰ স্বাৰ্থত যদি এটা সমষ্টি পুনৰ…