নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেন্সনৰ ৰাহি টকা আৰু ভ্রমণ

হিৰণ ভূঞা ‘এদিনৰ আনন্দৰ বাবে বনভোজ খাবলৈ যাব লাগে৷ এমাহৰ আনন্দ পাবৰ বাবে ভ্রমণ কৰিবলৈ যাব লাগে আৰু এবছৰৰ আনন্দৰ বাবে বাগিচা পাতিব লাগে৷’ আজি অৱশ্যে মই বনভোজ আৰু বাগিচাৰ কথা পিছলৈ থৈ ভ্রমণৰ কথাকে ক’ব খুজিছোঁ৷ তাকো আমাৰ দৰে অৱসৰ লোৱা…

জালুকবাৰীত অবৈধ পার্কিং–দোকান উচ্ছেদৰ দাবীত ডিআইজিক স্মাৰক–পত্র নাগৰিক সমিতিৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ গুৱাহাটী মহানগৰীৰ অন্যতম ব্যস্ত অঞ্চল হিচাপে পৰিচিত জালুকবাৰী অঞ্চলৰ বিশৃংখল পৰিৱেশে সর্বসাধাৰণ ৰাইজক জীয়াতু ভোগাই অহাৰ লগতে সৌন্দর্যও বিনষ্ট কৰি পেলাইছে৷ উল্লেখ্য যে উত্তৰ–পূবৰ দুৱাৰমুখ হিচাপে পৰিচিত…

হায়দৰাবাদত থকা পাকিস্তানীক খেদিব নোৱাৰিব

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ ‘কা’ক লৈ হায়দৰাবাদৰ একাংশ জনতাই তীব্র প্রতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে হায়দৰাবাদত দীর্ঘদিন ধৰি বাস কৰি থকা পাকিস্তানক খেদিব নোৱাৰিব বুলি টিআৰএছ বিধায়ক আৰেকাপুৰী গান্ধীয়ে কৰা মন্তব্যই তীব্র প্রতিক্রিয়াৰ সৃষ্টি…

প্রহসনত পৰিণত নলা নিষ্কাশন আঁচনি

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ বাৰিষা সমাগত৷ মহানগৰীৰ কৃত্রিম বান ৰোধ কৰাৰ বাবে জিলা প্রশাসনে বিভিন্ন আঁচনি গ্রহণ কৰি ৰাজকোষৰ লাখ লাখ টকা ব্যয় কৰিছে যদিও একাংশ আঁচনি আজিও কার্যক্ষম হোৱা নাই৷ কৃত্রিম বান ৰোধ কৰাৰ লক্ষ্যৰে পৌৰ নিগমে…

ৰক্তাক্ত বৰফঃ এণ্টার্কটিকাৰ নতুন ৰূপত আশ্চর্য বিজ্ঞানী

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ প্রকৃতিৰ ৰহস্যময়তাক লৈ উদ্বিগ্ন হৈ পৰিছে বিশ্বৰ বিজ্ঞানী মহল ৷ এণ্টার্কটিকাৰ বৰফ ৰক্তাক্ত হৈ পৰা এখন আলোকচিত্রই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইউক্রেইনৰ বিজ্ঞানীয়ে সংগ্রহ কৰা এণ্টার্কটিকাৰ ৰক্তাক্ত বৰফৰ…

এটা পৃথিৱীসদৃশ গ্রহসহ ১৭টা নতুন গ্রহ আৱিষ্কাৰ বিজ্ঞানীৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ পৃথিৱীৰ দৰে জীৱৰ সন্ধান থাকিব পৰা এটা গ্রহসহ ১৭টা নতুন গ্রহ আৱিষ্কাৰ কৰিছে নাছাই৷ বিগত চাৰি বছৰ ধৰি মহাকাশত অভিযান চলাই থকা নাছাৰ কেপলাৰ অভিযানে মহাকাশত ১৭টা নতুন গ্রহ আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে৷ দ্য…

ওড়িশাৰ মুখ্যমন্ত্রী নবীন পাটনায়কৰ ঘৰত একেখন টেবুলতে ভোজন মমতা–শ্বাহৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ ভিন্ন ৰাজনৈতিক মতাদর্শৰ বাবে বিজেপিৰ সৈতে তৃণমূল কংগ্রেছৰ প্রায়ে সংঘাত সৃষ্টি হৈ আহিছে যদিও আজি একেখন টেবুলতে ভোজন কৰা দেখিবলৈ পোৱা গ’ল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা…

৫০খন দেশলৈ বিয়পিল ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ চীনত ক’ৰোনা ভাইৰাছৰ সংহাৰ সামান্য হ্রাস পালেও ই বিশ্বৰ ৫০খন দেশলৈ প্রসাৰিত হৈছে ৷ ঘাতক ভাইৰাছটোৰ স্থিতি নির্ণায়ক বিন্দুলৈ নামি আহিছে যদিও এই ভাইৰাছে বিশ্বজুৰি মহামাৰী ৰূপ লোৱাৰ সম্ভাৱনা প্রকট কৰিছে বিশ্ব…

১ এপ্রিলৰ পৰা বৃদ্ধি পাব পেট্র’ল–ডিজেলৰ দাম

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ পহিলা এপ্রিলৰ পৰা দেশত বৃদ্ধি পাব পেট্র’ল আৰু ডিজেলৰ দাম ৷ ইণ্ডিয়ান অইল কর্প’ৰেচন চমুকৈ আই অ’ চিয়ে আজি এই কথা জানিবলৈ দিছে৷ আই অ’ চিৰ পেট্র’ল পাম্পসমূহত নিম্ন নির্গমনযুক্ত বি এছ ভি আই ইন্ধন যোগান ধৰিবলৈ সাজু…

পাকিস্তানত অব্যাহত আছে ধর্মীয় সংখ্যালঘুৰ ওপৰত নির্যাতন

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ পাকিস্তানত ধর্মীয় সংখ্যালঘুৰ ওপৰত হিংসা, নির্যাতন অব্যাহত আছে ৷ ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ মুৰব্বী মাইকেল বেছলেটে জেনেভাত আয়োজিত ৪৩সংখ্যক মানৱ অধিকাৰ আয়োগৰ বৈঠকত পাকিস্তানত ধর্মীয় সংখ্যালঘুৰ ওপৰত নির্যাতন চলি থকা…