নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪৮ ঘণ্টাৰ বাবে শ্বিলঙত বন্ধ ইণ্টাৰনেট সেৱাঃ সান্ধ্য আইন জাৰি

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ সান্ধ্য আইনৰ কৱলত এতিয়া মেঘালয়ৰ শ্বিলং । ৪৮ ঘণ্টাৰ বাবে শ্বিলঙত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা । ইষ্ট খাচী হিলছৰ শ্বিলা সমষ্টিত খাচী ছাত্ৰ সন্থা আৰু একাংশ সন্দেহযুক্ত নাগৰিকৰ সৈতে সংৰ্ঘষৰ পিচতেই শুকুৰবাৰে…

যান্ত্রিকতাৰ ধামখুমীয়াত মানৱতাৰ ‘পোহৰ’

অজয় শইকীয়া, নগাবাট যান্ত্রিকতাৰ ব্যস্তময় সমাজ জীৱনৰ মাজতো জীৱপ্রেমৰ এক উজ্জ্বল নিদর্শন দেখুৱাইছে ‘পোহৰ’ নামৰ যোৰহাটৰ এটা স্বেচ্ছাসেৱী সংস্থাই৷ দুচকুত সমাজৰ বাবে ভাল কিবা এটা কৰাৰ সপোন কঢ়িয়াই লৈ ফুৰা যোৰহাট জিলাৰ এদল উদ্যমী যুৱক–যুৱতীৰ এই…

যাদু বিদ্যাৰবটবৃক্ষস্বৰ্ আনোৱাৰ হুছেইনৰ কথাৰে

কৃষ্ণা গগৈ, দুলীয়াজান মই যি ক’ম আপোনালোকে তাকে শুনিব, মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব৷’– ৰংগমঞ্চৰ আঁৰ কাপোৰৰ পৰা ভাহি আহে গলগলীয়া পুৰুষ কণ্ঠস্বৰ৷ মন্ত্রমুগ্ধ হৈ দর্শকে সেই নির্দেশ যেন মানি লয়৷ চকুৰ পলক নপৰাকৈ অধীৰ আগ্রহ আৰু…

অনলাইন ব্যৱসায়েৰে সফলতাৰ বাটত অসমীয়া জীয়ৰী

কিশলয় দেৱগোস্বামী, হোজাই আধুনিক জীৱনত সামাজিক মাধ্যম এক অপৰিহার্য অংগ হৈ পৰিছে৷ বিশেষকৈ নৱপ্রজন্ম এই সামাজিক মাধ্যমৰ প্রতি আকর্ষিত৷ এই সামাজিক মাধ্যমৰ বহু নেতিবাচক দিশ আছে৷ আধুনিক যুগত এই মাধ্যমৰ কবলত পৰি বহু নতুন প্রজন্ম উটি–ভাহি গৈ…

শ্বুটিং বিশ্বকাপৰ পৰা নাম প্রত্যাহাৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ চীনৰ পৰা বিশ্বৰ বিভিন্ন প্রান্তলৈ সম্প্রসাৰিত হোৱা মাৰাত্মক ক’ৰোনা ভাইৰাছৰ আতংকত ভাৰতে অহা মাহত চাইপ্রাছত অনুষ্ঠিত হ’বলগীয়া শ্বুটিং বিশ্বকাপৰ পৰা নাম প্রত্যাহাৰ কৰিছে৷ কেন্দ্রীয় চৰকাৰৰ পৰামর্শ অনুসৰি ৰাষ্ট্রীয়…

লোক–সংস্কৃতিৰ পথাৰত ছিপাঝাৰৰ এজাক চেমনীয়া

ৰণ্জিত কুমাৰ নাথ, ছিপাঝাৰ         নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ ঐতিহাসিক দেৱানন্দ সত্রৰ পৃষ্ঠভূমিৰ পৰাই আৰম্ভ কৰিছে লোক–সংস্কৃতিৰ এক আন যাত্রা৷ দৰঙৰ এগৰাকী বিশিষ্ট সংগঠক তথা দৰং জিলা সাহিত্য সভাৰ বর্তমানৰ সম্পাদক দেৱানন্দ নিৱাসী…

জীৱনৰ ধুমুহাই টলাব নোৱাৰা জীৱন চন্দ্র দাস

ড০ লতিকা ডেকা হয়, সঁচাকৈয়ে জীৱনআৰম্ভ হয় ষাঠিবছৰবয়স অতিক্রম কৰাৰ পাছতহে৷ অলপতে আমাৰ ঘৰলৈ মোৰ একালৰ শিক্ষাগুৰু জীৱন চন্দ্র দাস ছাৰ আহিছিল তেওঁৰ অৱসৰী জীৱনৰ গুৰুত্বপূর্ণ দিনটোৰ সাক্ষী হ’বলৈ আমাক নিমন্ত্রণ দিবলৈ৷ সুদীর্ঘ ৩৫ বছৰ পাছত…

আদাবাৰী–মালিগাঁৱৰ হোটেল–বেকাৰীসহ ৮খন ব্যৱসায়িক প্রতিষ্ঠান ছীল

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ  গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত একাংশ অসাধু ব্যৱসায়ীয়ে জনস্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰি অস্বাস্থ্যকৰ পৰিৱেশত প্রস্তুত কৰা খাদ্যসামগ্রী বিক্রী কৰি আহিছে৷ খাদ্য সুৰক্ষা বিভাগৰ অভিযানত পুনৰ পোহৰলৈ আহিছে এই…

জ্যেষ্ঠ লোকসকলৰ বাবে বিশেষভাৱে ডিজাইন কৰা ম’বাইল এপ

আজিকালি জ্যেষ্ঠ ব্যক্তিসকলৰ হাততো স্মার্টফোন থাকে৷ স্মার্টফোনৰ সঠিক ব্যৱহাৰৰ দ্বাৰা তেওঁলোকে স্বাস্থ্য, ঔষধ আদিৰ হিচাপ অতি ভালকৈ ৰাখিব পাৰে আৰু এয়া সম্ভৱ হয় স্মার্টফোনক সংযুক্ত কৰিব পৰা বিভিন্ন এপৰ জৰিয়তে৷ জ্যেষ্ঠসকলৰ বাবে এনেকুৱা এটা এপ…

ফিক্সড ডিপ’জিট

বর্তমান সময়ত অৱসৰ লোৱা ব্যক্তিসকলেও তেওঁলোকৰ সম্পদ বৃদ্ধি আৰু সুৰক্ষিত জীৱনৰ বাবে সঞ্চয় কৰাৰ প্রতি অতি আগ্রহী হয়৷ তেওঁলোকে ৰীয়েল ইষ্টেট, মিউচুৱেল ফাণ্ড, ষ্টক আৰু শ্বেয়াৰ আদিত সঞ্চয়ৰ বাবে আগ্রহী হয়৷ ফিক্সড ডিপ’জিটৰ দ্বাৰা জ্যেষ্ঠ লোকসকলে অতি…