নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাভাৱিকতকৈ গড় তাপমাত্রা বৃদ্ধি পাব মার্চ–মে’ত

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ গোলকীয় উষ্ণতাৰ প্রভাৱ বিশ্বৰ আন দেশৰ লগতে ভাৰততো পৰিছে ৷ বিগত বর্ষত তাপমাত্রাই অভিলেখ ভংগ কৰাৰ পিছত এইবেলিও তাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বিবৃতিযোগে আগজাননী দিয়া মতে…

বি বৰুৱা কলেজৰ এজাক সূর্যসম তৰুণ–তৰুণী

ময়ূৰ বৰা বিশ্ববৰেণ্য শিল্পী ভূপেন হাজৰিকাই ‘বনহংস’ কথাছবিত কণ্ঠদান কৰা এটি গীত মোৰ খুবেই প্রিয়৷ যৌৱনাৱস্থাত কিছু অস্থিৰ হৈ থকা যুৱক–যুৱতীৰ প্রতি যথাযোগ্য সন্মান দেখুৱাই সুধাকণ্ঠই তেওঁলোকক ‘সূর্যসম তৰুণ–তৰুণী’ বুলি অভিহিত কৰিছে৷…

ভীতিগ্রস্ত দিল্লীবাসী

‘কা’বিৰোধী আৰু ‘কা’ সমর্থকৰ মাজত দিল্লীত যি ভয়ংকৰ সংঘর্ষ সংঘটিত হ’ল তাৰ পিছত এতিয়া দেশৰ ৰাজধানীত একপ্রকাৰ নিৰাপত্তাহীন পৰিস্থিতিৰ সৃষ্টি হৈছে৷ সম্প্রতি দিল্লীৰ পৰিৱেশ শান্ত যদিও সাধাৰণ জনতাৰ মাজত ভয়–আতংক এতিয়াও মাৰ যোৱা নাই৷ সুদীর্ঘ চাৰে…

কাইলৈৰ পৰা মুকলি হ’ব ৰহাৰ টোলগেট

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ দল–সংগঠনৰ প্রতিবাদক নেওচি অহা ১ মার্চত ৰহা টোলগেট মুকলি কৰিব ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ৷ বিগত বর্ষতে ঘাইপথ প্রাধিকৰণ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা আলোচনামর্মে টোলগেটখন মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ আনকি…

ড০ অমিয়া ৰাজবংশীক বিজ্ঞানৰ ৰাষ্ট্রীয় বঁটা প্রদান ৰাষ্ট্রপতিৰ

নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ শুকুৰবাৰে আছিল বিজ্ঞান দিৱস ৷ দিনটোৰ সৈতে সংগতি ৰাখি কেন্দ্রীয় চৰকাৰে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ সৈতে জড়িত দেশৰ ২১গৰাকী গণ্যমান্য ব্যক্তিক ৰাষ্ট্রীয় বঁটা প্রদান কৰে ৷ কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি…

বিদেশী ন্যায়াধিকৰণৰ নির্দেশত ছিপাঝাৰত দুই বাংলাদেশীক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ ছিপাঝাৰত গ্রেপ্তাৰ হৈছে দুজন বাংলাদেশী নাগৰিক ৷ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি দুয়োজনকে চিনাক্ত কৰি জাননী প্রেৰণ কৰাৰ পিছতে ৷ ছিপাঝাৰ থানাৰ সীমান্ত শাখাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে মদন আলী (৪৭) আৰু আইনুল হক…

নগাঁৱত মথাউৰি নির্মাণত কেলেংকাৰি

নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ নগাঁও জিলা জলসম্পদ সংমণ্ডলত মথাউৰি নির্মাণৰ নামত সংঘটিত হৈছে ১.২৮ কোটি টকাৰ কেলেংকাৰি ৷ বিগত ২০১৭–১৮ বর্ষত নগাঁও জলসম্পদ সংমণ্ডলে এছ ডি আৰ এফ আঁচনিৰ অধীনত ১.২৮ কোটি টকা ব্যয়ৰে ধিং–শিলঘাট মথাউৰিৰ ১৭৫০ মিটাৰ…

নাবালিকা ধর্ষণকাৰী দুই লম্পটক যাৱজ্জীৱন কাৰাদণ্ড হোজাই ন্যায়ালয়ৰ

নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ ধর্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা দুই লম্পটক শুকুৰবাৰে হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰ অতিৰিক্ত সত্র ন্যায়াধীশৰ আদালতে জৰিমনাসহ যাৱজ্জীৱন সশ্রম কাৰাদণ্ডৰে দণ্ডিত কৰে ৷ লম্পটদ্বয় হ’ল হোজাই জিলাৰ কাকী তিনি হাজাৰ বিঘা…

বাসগৃহলৈ গৈ প্রণৱ গগৈলৈ শ্রদ্ধার্ঘ্য শিক্ষামন্ত্রীৰ

নিয়মীয়া বার্তা, ২৯ ফেব্রুৱাৰীঃ অসম বিধানসভাৰ বিগত কার্যকালত খিলঞ্জীয়াৰ সংজ্ঞা নির্ধাৰণৰ লগতে কেতবোৰ সাহসী পদক্ষেপেৰে অসমৰ ৰাজনৈতিক ইতিহাসত নতুন অধ্যায় ৰচনা কৰি থৈ যোৱা সদ্যপ্রয়াত শিৱসাগৰ সমষ্টিৰ বিধায়ক প্রণৱ গগৈৰ শিৱসাগৰ নগৰৰ ৰেডক্রছ ৰোডৰ…

এপিডিচিএলৰ নিযুক্তিত স্থগিতাদেশ হাইক’ৰ্টৰ

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ কার্যালয় আৰু ক্ষেত্র সহায়ক পদৰ নিযুক্তিত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ পূর্বৰ নির্দেশ অমান্য কৰি এ পি ডি চি এলে প্রকাশ কৰা চূড়ান্ত তালিকাত…