নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ শক্তিপীঠ কামাখ্যা ধামত CIDৰ অভিযান। দেৱত্তোৰ বৰ্ডৰ দিনত সংঘটিত হোৱা কোটিটকীয়া কেলেংকাৰীৰ তদন্ত কৰিবলৈ কামাখ্যা ধামত আজি উপস্থিত হয় CIDৰ এটা দল। কোটিটকীয়া কেলেংকাৰীত জড়িতৰ অভিযোগত দেৱত্তোৰ বৰ্ডৰ পূৰ্বৰ বিষয়ববীয়া ৰিজু শৰ্মা, প্ৰণৱ শৰ্মা আৰু নৱকান্ত শৰ্মাৰ বাসগৃহত তালাচী চলাই CIDৰ দলটোৱে।
You might also like