নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ আতংকত পলিথিনৰ আৱৰণ পিন্ধিলে ২ বিমান যাত্ৰীয়ে; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ সমগ্ৰ বিশ্ব জুৰি ক'ৰোনা ভাইৰাছৰ আতংকৰ মাজতে পোহৰলৈ আহিছে আন এক আচৰিত ঘটনা । অষ্ট্ৰেলিয়াৰ পৰা উৰা এখন বিমানত ২ গৰাকী যাত্ৰীয়ে ক'ৰোনা ভাইৰাছৰ ভয়ত নিজৰ সমগ্ৰ দেহত পলিথিনৰ আৱৰণ পিন্ধি লয় । পাছত এই লোক দুগৰাকীৰ এক…

মেলানিয়া ট্রাম্পৰ দিল্লীৰ চৰকাৰী স্কুল পৰিদর্শনঃ নাম কর্তন অৰবিন্দ কেজৰিৱাল–মনীষ ছিছোডিয়াৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দুদিনীয়া ভ্রমণসূচীৰে ভাৰতত উপস্থিত হোৱাৰ পাছত মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ পত্নী মেলানিয়া ট্রাম্পে দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদর্শন কৰিব ৷ ফার্ষ্ট লেডী মেলানিয়া ট্রাম্পে ৰাজধানী দিল্লীৰ চৰকাৰী বিদ্যালয় পৰিদর্শন…

নমস্তে ট্ৰাম্পঃ সাজু ম’টেৰা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ সোমবাৰে ভাৰতত উপস্থিত হ'ব বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প । বিশ্ববাসীৰ দৃষ্টি  নিবদ্ধ হৈ থকা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰী…

শিশুৰ আচৰণ

ঘৰত বা কামৰ স্থানত আপোনাৰ ব্যৱহাৰ কেনে হোৱা উচিত, তাৰ ভেটি তৈয়াৰ হয় সৰুতে৷ সেইবাবে সৰুৰে পৰাই শিশুক সঠিক আচৰণ শিকাব লাগিব৷ তাৰ বিশেষ পৰামর্শ– ঘৰলৈ আলহী আহিলে... –ঘৰলৈ আলহী আহিলে বহিবলৈ ক’বলৈ শিকাওক৷ জ্যেষ্ঠ হ’লে সেৱা কৰিবলৈ শিকাওক৷ সৰুৰে…

তেলবিহীন ব্যঞ্জন

আজিৰ পৰা কেইবছৰমান আগৰ কথা৷ কামৰ লগতে মনৰ তাগিদাত ছয় দিনৰ বাবে ত্রিপুৰালৈ গৈছিলোঁ৷ আগৰতলাত আমাৰ দ্বিতীয় দিন৷ আগদিনা আবেলি সময়ত আগৰতলা গৈ পাইছোঁ৷ ইয়াৰ পৰা টলৌ টলৌকৈ ঘূৰি সন্ধিয়াৰ আগে আগে হোটেলত সোমাইছিলোঁ৷ অত্যন্ত ভাগৰ লাগিছিল৷ গা ধুই চাহ…

ভীমবেটকা প্রস্তৰ ক্ষেত্র

মানুহৰ মনবোৰ জ্ঞানপিপাসু৷ অতীতৰ পৰা বর্তমানলৈ মানৱ সভ্যতাৰ বিকাশৰ যি যাত্রা, সেই সম্পর্কে হয়তো সকলোৱে জানিবলৈ ইচ্ছুক৷ ইতিহাস হৈছে অতীত আৰু বর্তমানৰ মাজৰ এখন সাঁকো৷ ইতিহাসে শিকায় বহু নজনা কথা৷ প্রস্তৰ যুগৰ পৰা আৰম্ভ কৰি বিভিন্ন যুগৰ…

পর্তুগীজৰ আগ্রাসন প্রতিহত কৰোঁতাঃ মচলা ৰাণী চেন্নাভইৰা দেৱী

পেপাৰ কুইন৷ মচলা ৰাণী৷ অনেক নাম তেওঁৰ৷ দক্ষিণৰ বিশাল সাম্রাজ্যৰ একছত্রী সম্রাজ্ঞী আছিল এই পেপাৰ কুইন৷ অৱশ্যে পেপাৰ কুইন এই নামে সকলোকে অলপ হ’লেও আশ্চর্যচকিত কৰিব পাৰে৷ কাৰণটো হৈছে এই নামটোক লৈ৷ মচলা ৰাণী ওৰফে পেপাৰ কুইন৷ পিছে তেওঁৰ প্রকৃত…

গুঞ্জন ছাক্সেনাঃ দ্য কার্গিল গার্ল

গুঞ্জন ছাক্সেনা– এই নামটো সময়ৰ লগে লগে ক’ৰবাত হেৰাই থাকিল৷ কিন্তু সেই নাম আমি কেতিয়াও পাহৰি যোৱা উচিত নহয়৷ এই নামটো জড়িত হৈ আছে আগশাৰীৰ স্বদেশপ্রেমী তথা সাহসী মহিলাসকলৰ সৈতে, যিগৰাকী মহিলাই ১৭ বছৰ আগতে কার্গিলৰ যুদ্ধক্ষেত্রৰ ভয়ানক…

বিশ্বৰ কেইখনমান আজব ৰেষ্টুৰেণ্ট

ফিনলেণ্ড ৰেষ্টুৰেণ্টঃ এই ৰেষ্টুৰেণ্টখন সম্পূর্ণ বৰফেৰে নির্মিত৷ ৰেষ্টুৰেণ্টখনৰ সম্পূর্ণ আচবাব, টেবুল–চকী আদি বৰফেৰে নির্মিত৷ আনকি এই ৰেষ্টুৰেণ্টখনৰ বেৰবোৰো বৰফেৰে নির্মিত৷ এই ৰেষ্টুৰেণ্টখনৰ তাপমান বিশেষ ব্যৱস্থাৰে সম্পূর্ণ নিয়ন্ত্রণত ৰখা…

মৃত চহৰ ল’থাল

গৌৰৱময় ভাৰতৰ বর্ণিল ইতিহাস খুঁচৰিলে ন–ন তথ্যই আমাক ৰোমাঞ্চিত কৰে৷ ভাৰতীয় সভ্যতাৰ মূল কাঠামোই হ’ল নদীকেন্দ্রিক৷ সিন্ধু নদীৰ পাৰত গঢ় লৈ উঠা সিন্ধু সভ্যতাৰ বহু পুৰণি সমল ইতিহাস খননৰ জৰিয়তে ভাৰতত পোৱা গৈছে৷ ধর্মীয় সমল ভাৰতীয় সংস্কৃতিৰ মূল দিশ…