নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থপ্পৰ

চলিত মাহতে মুক্তি পাবলগীয়া এখন ছবি হ’ল থপ্পৰ Thappad)৷ ইতিমধ্যে ছবিখনৰ ট্রেইলাৰ মুক্তি দিয়া হৈছে৷ ট্রেইলাৰ চায়েই দর্শকে অধীৰ অপেক্ষাৰে বাট চাই আছে ছবিখনৰ মুক্তিৰ দিনটোলৈ৷ এগৰাকী মহিলা৷ মহিলাগৰাকীয়ে গিৰীয়েকৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ…

বাগী–৩

টাইগাৰ শ্রফ অভিনীত ‘বাগী’ ছবিখনে মুক্তিৰ পিছতে যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল৷ দর্শকেও আদৰি লৈছিল৷ এইবাৰ ‘বাগী’ৰ তৃতীয় খণ্ড মুক্তিৰ বাবে সাজু হৈছে৷ বাগী–৩ৰ মুখ্য চৰিত্রত অভিনয় কৰিছে টাইগাৰ শ্রফে৷ টাইগাৰৰ লগতে অভিনয় কৰিছে শক্তি কাপুৰৰ কন্যা…

কাম্বালা জকী

আধুনিক বিশ্বত বিজ্ঞান–প্রযুক্তিবিদ্য্ দ্বাৰা নিতৌ ন ন অসাধ্য সাধন হোৱাৰ সময়তে পৰম্পৰাত বিশ্বাসী ভাৰতভূমিত অসম্ভৱো সম্ভৱ হৈ উঠিছে একমাত্র আত্মবিশ্বাস আৰু কষ্টসহিষ্ণুতাৰ বলত৷ ভাৰতবর্ষৰ বিভিন্ন জাতি–সম্প্রদায়ৰ সংস্কৃতি–পৰম্পৰা ভিন্ন যদিও…

বিহাৰত জয়ী হ’ব এনডিএঃ নাড্ডা

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ নীতিশ কুমাৰৰ নেতৃত্বত সমাগত বিহাৰ বিধানসভা নির্বাচনত নেচনেল ডেম’ক্রেটিক এলায়েন্স (এনডিএ) জয়ী হ’ব ৷ বিহাৰত শনিবাৰে দলীয় কর্মীৰ সৈতে হোৱা এখন বৈঠকত এই মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জগত প্রকাশ নাড্ডাই ৷…

বিনয় শর্মাৰ মানসিক ৰোগৰ চিকিৎসাৰ আবেদন নাকচ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ২০১২ চনৰ দিল্লীৰ গণ ধর্ষণ আৰু হত্যাত দোষী সাব্যস্ত হোৱা চাৰি যুৱকৰ ৩ মার্চত ফাঁচিৰ হুকুম কার্যকৰী কৰাৰ পূর্বে তেওঁলোকৰ পৰিয়ালৰ সৈতে অন্তিম সাক্ষাৎ সন্দর্ভত তিহাৰ জে’ল কর্তৃপক্ষই পত্র প্রেৰণ কৰিছে ৷ ‘অভিযুক্ত…

কাশ্মীৰত হিজবুল মুজাহিদীনৰ সন্ত্রাসবাদী জুনেইড ফাৰুকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ জম্মু–কাশ্মীৰত শনিবাৰে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই হিজবুল মুজাহিদীনৰ দুর্ধর্ষ সন্ত্রাসবাদী জুনেইড ফাৰুক পণ্ডিতক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ হিজবুলৰ ম’ষ্ট ৱাণ্টেড সন্ত্রাসবাদীজন বহুকেইটা সন্ত্রাসজনিত ঘটনাৰ…

বড়োভূমিত এতিয়াও বিদ্রোহীৰ হাতত বহু অস্ত্র–শস্ত্ৰঃ পবিন্দ্ৰ ডেকা

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ বড়োভূমিত প্রায় সকলোবোৰ বিদ্রোহী সংগঠনে অস্ত্র–শস্ত্রসহ আত্মসমর্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহিছে যদিও একাংশ সংগঠনৰ হাতত এতিয়াও থাকি গ’ল বহু অস্ত্র–শস্ত্র ৷ এই অস্ত্রসমূহ যদি চৰকাৰে সংগঠনসমূহৰ হাতৰ পৰা আনিব নোৱাৰে,…

লিংগ ন্যায় অবিহনে সামগ্রিক বিকাশ সম্ভৱ নহয়

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ পুৰুষ–মহিলাৰ সম–ন্যায় অবিহনে কোনো দেশ কিম্বা সমাজৰ সামগ্রিক বিকাশ সম্ভৱ নহয় ৷ –এই মন্তব্য প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৷ নতুন দিল্লীত আয়োজিত আন্তর্জাতিক ন্যায়িক অভিৱর্তনত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে ভাৰতীয়…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ সাংবাদিকতা বিভাগৰ উদ্যোগত ছবি মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ গুৱাহাটী বিশ্ববিদ্যালয়ত দ্বিতীয়বাৰৰ বাবে দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হ’ব ছবি মহোৎসৱ ৷ ২৮ আৰু ২৯ ফেব্রুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত আয়োজন কৰা হৈছে এই ছবি মহোৎসৱৰ ৷…

জালুকবাৰীত ভস্মীভূত চলন্ত এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ যান্ত্রিক বিজুতিৰ বাবে শনিবাৰে নিশা জালুকবাৰীত এখন এম্বুলেঞ্চ জ্বলি ছাঁই হয় ৷ আৰক্ষী সূত্রে জানিব পৰা মতে, নিশা প্রায় ৯.৫০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা শুৱালকুছি অভিমুখী এএছ–০১ এফচি–৭৫৯৬…