নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চালকৰ প্রতিবাদত উত্তাল বৰঝাৰ বিমানবন্দৰ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে নিতৌ ন ন নিয়মেৰে চালক আৰু গৰাকীক হাৰাশাস্তি কৰি অহাৰ বিৰুদ্ধে শনিবাৰে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ চৌহদত তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ সদৌ অসম কেব অপাৰেটৰ…

এবিএমছুৰ সাধাৰণ সম্পাদকৰ পদত্যাগ, ইউপিপিএললৈ যোৱাৰ কুচকাৱাজ

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বড়োভূমিৰ ৰাজনীতিত বিভিন্ন ৰণকৌশল আৰম্ভ হৈছে ৷ শেহতীয়াভাৱে প্রমোদ বড়োৱে এবছুৰ পৰা অব্যাহতি লোৱাৰ পিছত বিপিএফৰ হাগ্রামা মহিলাৰীক প্রত্যাহ্বান জনাবলৈ কঁকালত টঙালি…

আমৰাংগা–বৰিহাট মীন পাম প্রশিক্ষণ কেন্দ্রত অনিয়ম

নিয়মীয়া বার্তা,২৩ ফেব্রুৱাৰীঃ কামৰূপ জিলাৰ আমৰাংগা–বৰিহাট মীন পাম প্রশিক্ষণ কেন্দ্রত কেইবা লাখটকীয়া মাগুৰ মাছৰ পোনা উৎপাদন গৃহ নির্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ এই সন্দর্ভত যোৱা ১৯ ফেব্রুৱাৰীত কেইবাগৰাকী স্থানীয় নাগৰিকে উক্ত…

লেখকৰ যন্ত্রণা

লিখিবলৈ সময় নোপোৱাৰ যন্ত্রণা কিমান ভয়ংকৰ হ’ব পাৰে সেই কথা অনুভৱ কৰিব পাৰিব কেৱল সেইসকল লোকেহে, যিসকল লোকে কেৱল লিখাৰ কামতেই নিজৰ সমগ্র জীৱন উচর্গা কৰিছে, আৰু একমাত্র লিখাৰ মাজতেই বিচাৰি পাবলৈ চেষ্টা কৰিছে জীয়াই থকাৰ সার্থকতা৷ অৱশ্যে লিখাৰ…

বনৰৌৰ বেহাত জড়িত পঞ্চায়ত সভানেত্রীৰ স্বামীক আটক

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ বঙাইগাঁও আই উপত্যকা বন সংমণ্ডলৰ বন প্রাধিকাৰীৰ নির্দেশমতে শনিবাৰে অভয়াপুৰী আঞ্চলিক বন বিষয়াৰ কার্যালয়ে যোগীঘোপা অঞ্চলত অভিযান চলাই বনৰৌৰ চোৰাং বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত পঞ্চায়ত সভানেত্রীৰ স্বামীক আটক কৰাৰ…

২০১২ চনত টেট উত্তীর্ণ প্রার্থীক উচ্চ ন্যায়ালয়ৰ নির্দেশমর্মে নিযুক্তি দিয়াৰ দাবী

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ২০১২ চনত অনুষ্ঠিত উচ্চ প্রাথমিক সাধাৰণ টেট উত্তীর্ণ তথা নিযুক্তি লাভৰ পৰা বঞ্চিত প্রার্থীসকলক শীঘ্রে নিযুক্তি দিবলৈ চৰকাৰক দাবী জনাইছে সদৌ অসম অনিযুক্ত উচ্চ প্রাথমিক সাধাৰণ টেট উত্তীর্ণ সমন্বয়ৰক্ষী সমিতিয়ে ৷…

বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ সকলোকে লৈ অব্যাহত থাকিব উন্নয়ন

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ দুদিনীয়া ভ্রমণসূচীৰে কালি নিজ সমষ্টি মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে শনিবাৰে জিলাখনৰ কেইবাটাও গুৰুত্বপূর্ণ চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰে ৷ পুৱা ১০.৩০ বজাতে গডমূৰ মহকুমা অসামৰিক চিকিৎসালয়ত…

প্রথমবাৰৰ বাবে উত্তৰ–পূবত নৈশ মাৰাথন

নিয়মীয়া বাৰ্ফেতা, ২৩ ফেব্রুৱাৰীঃ উত্তৰ–পূব ভাৰতত প্রথমবাৰৰ বাবে আয়োজন কৰা হৈছে নৈশ মাৰাথন ৷ এছমাকাম ফাউণ্ডেচনৰ উদ্যোগত অহা ১ মার্চৰ সন্ধিয়া ৫.৩০ বজাত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা এই মাৰাথন আৰম্ভ হ’ব ৷ দেশ–বিদেশৰ…

বিটিচিত বিপিএফক ক্ষমতাচ্যুত কৰাটো জৰুৰী

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত শান্তি আৰু উন্নয়নৰ স্বার্থত শাসকীয় বি পি এফক আগন্তুক বিটিচি নির্বাচনত উৎখাত কৰাৰ আহ্বান জনাইছে এবছুৰ প্রাক্তন সভাপতি তথা ইউ পি পি এলৰ নৱনির্বাচিত কার্যকৰী সভাপতি…

আজি ডিব্রুগড়ত বিজেপিৰ সংকল্প সমাৰোহ

নিয়মীয়া বাৰ্তা, ২৩ ফেব্রুৱাৰীঃ ৰাজ্যৰ শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অন্তিমখন সংকল্প সমাৰোহ আজি ডিব্রুগড়ত অনুষ্ঠিত হ’ব ৷ ডিব্রুগড চহৰৰ সমীপৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই সংকল্প সমাৰোহত ডিব্রুগড়, শিৱসাগৰ, যোৰহাট,…