নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিৰাক–কাকপথাৰ–ডুমডুমা-মাকুম বাইপাছেৰে অসমলৈ ক’লা হীৰাৰ ট্রাক

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ চুবুৰীয়া অৰুণাচল প্রদেশ চৰকাৰৰ পৃষ্ঠপোষকতাত চুবুৰীয়া ৰাজ্যখনৰ চাংলাং আৰু নামচাই জিলাত মাফিয়া চক্রই ব্যাপক হাৰত প্রস্তুত কৰে কয়লাৰ ভুৱা জি এছ টি আৰু ই–ৱে’ বিল ৷ বিশেষ কাৰিকৰী পদ্ধতিৰে কম্পিউটাৰত ভুৱা জি এছ টি…

এল্লেন গুৱাহাটীৰ ২০গৰাকী শিক্ষার্থীৰ যোগ্যতা অর্জন

গুৱাহাটী, ২৩ ফেব্রুৱাৰীঃ মাধ্যমিক শিক্ষা সঞ্চালক গুৱাহাটীৰ কার্যালয়ৰ পৰা ইতিমধ্যে প্রকাশিত এনটিএছই প্রথম পর্যায়ৰ ফলাফল ঘোষণা কৰা হৈছে ৷ ফলাফল অনুসৰি প্রথম বর্ষতেই এল্লেন গুৱাহাটীৰ শাখাই চমকপ্রদ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ এল্লেনৰ এনে…

ছিণ্ডিকেট নির্মূলত দুর্বল স্থিতি গ্রহণ কৰা নাই আৰক্ষীয়ে

নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰীঃ বৰাক উপত্যকাৰ কয়লা–চুপাৰি আদি ছিণ্ডিকেটৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্রহণ কৰিছে ৷ ছিণ্ডিকেট নির্মূলৰ ক্ষেত্রত আৰক্ষীয়ে কেতিয়াও দুর্বল স্থিতি গ্রহণ নকৰে ৷ –শনিবাৰে বিয়লি শিলচৰৰ বংগ ভৱনত বৰাক…

আজিৰ ৰাশিফল

মেষ : অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল ল’ব৷ যাত্রাদি শুভ৷ শুভ সংখ্যা ২৷ বৃষ : কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব৷…

ছাৰ্জিল ইমামে অসমৰ কোন সাংবাদিক,বুদ্ধিজীৱী আৰু অধ্যাপকৰে যোগাযোগ ৰাখিছিল?

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ দেশৰ পৰা অসমক পৃথক কৰিবলৈ ভয়ংকৰ ষড়যন্ত্ৰ কৰা ছাৰ্জিল ইমামক মাৰাথন জেৰা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে কেইবাটাও বিস্ফোৰক তথ্য। ২০১৬ চনত গুৱাহাটীলৈ আহিছিল ছাৰ্জিল ইমাম। গুৱাহাটী…

বিদ্যালয়ৰ পৰা কৰ্তন কৰা হ’ব মুক্তাব শব্দঃ শিক্ষামন্ত্ৰী

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ অসমৰ ৬৩ খন বিদ্যালয়ৰ নামৰ সৈতে থকা মুক্তাব শব্দ আঁতৰোৱা হ'ব বুলি শনিবাৰে উল্লেখ কৰে বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি বহুকেইটা বিষয়ৰ…

কলগাছিয়াত আটক তিনি ভুৱা পৰীক্ষাৰ্থী

নিয়মীয়া বাৰ্তা ২২ ফেব্ৰুৱাৰীঃ কলগাছিয়াৰ বালিকুৰিত হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত তিনি গৰাকী ভুৱা পৰীক্ষাৰ্থী আটক । আটক হোৱা ভুৱা পৰীক্ষাৰ্থী সকল হৈছে ক্ৰমে কান্দুলীয়াৰ বাবুল ইছলাম, ২ নং উদালগুৰিৰ হাশেম আলী আৰু কালঝাৰ পাথাৰৰ আব্দুল আজিজ…

ৰাজ্যৰ ৯১৫খন ধৰ্মানুষ্ঠানলৈ দিয়া হ’ব ১০ লাখ টকাঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সংবাদমেলত 'অসম দৰ্শন' শীৰ্ষক আঁচনি ঘোষণা ২৪ ফেব্ৰুৱাৰীত সৰুসজাইত অসম দৰ্শন আঁচনিৰ শুভ আৰম্ভণি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব সকলো ধৰ্মৰ মুঠ ১০ হাজাৰ লোকে অসম…

২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব ৬ নং দফাৰ প্ৰতিবেদন

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা সন্দৰ্ভত চলি থকা বাতৰি সন্দৰ্ভত শনিবাৰে এক সংবাদমেলৰ জৰিয়তে চৰকাৰৰ স্থিতি স্পষ্ট কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰীগৰাকীয়ে…

আজিৰে পৰা গুৱাহাটীত নচলিব Rapido বাইক সেৱা

নিয়মীয়া বাৰ্তা, ২২ ফেব্ৰুৱাৰীঃ আজিৰে পৰা গুৱাহাটীত নচলিব Rapido বাইক টেক্সি গুৱাহাটীৰ জোনালীৰ Rapido কাৰ্যালয়ত পৰিবহন বিভাগৰ অভিযান অনুজ্ঞা পত্ৰ অবিহনে বাইক-টেক্সি চলাই থকাৰ অভিযোগ পূৰ্বতেও বহুবাৰ জাননী দিয়া হৈছিল Rapidoক…