মুক্তিৰ বাবে সাজু কাৰ্গিল গাৰ্ল গুঞ্জন চক্সসেনা
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ বলিউদৰ প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ দুহিতা জাহ্নৱী কাপুৰৰ ছবি গুঞ্জন চক্সসেনা মুক্তিৰ পথত। এই ছবি খন গুঞ্জন চক্সসেনাৰ জীৱনত আধাৰিত। ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ আহত সকলক উদ্ধাৰ অভিযান চলাইছিল গুঞ্জনে। গুঞ্জন আৰু…