বিশুদ্ধ খোৱাপানী–বিদ্যুতৰ সেৱাৰ পৰা বঞ্চিত অঞ্চলবাসী
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ গ্রামাঞ্চলতো দূৰৈৰে কথা, স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো উন্নয়নৰ মুখ দেখা নাই গুৱাহাটী নাৰেংগীৰ দীঘলখালবাসীয়ে৷ ৰাজধানী চহৰৰ পৰা কেইকিলোমিটাৰমান দূৰত অৱস্থিত দিছপুৰ সমষ্টিৰ অন্তর্গত দীঘলখালবাসীয়ে বছৰৰ পিছত বছৰ…