বাৰিষাৰ পূর্বে নির্মীয়মাণ মথাউৰিৰ কাম সম্পূর্ণ কৰাৰ নির্দেশ
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ আগন্তুক বাৰিষা যাতে জলসম্পদ বিভাগৰ মথাউৰিসমূহ নির্মাণ কৰি বানপানী প্রতিৰোধৰ ব্যৱস্থা কৰিব পৰা যায়, তাৰ বাবে নলবাৰী জিলা প্রশাসন তথা জলসম্পদ বিভাগটোৱে আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷…