নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফল ঘোষণাত স্থগিতাদেশ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। একাংশ প্ৰাৰ্থীৰ ৰাজহুৱা স্ৱাৰ্থজনিত গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ এই ৰায়দান। ন্যায়ালয়ৰ অনুমতি অবিহনে ফলাফল ঘোষণা কৰিব…

গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ অৰবিন্দ কেজৰিৱালৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সাক্ষাৎ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক । দুয়োৰে এই সাক্ষাতৰ সময়ত বহু কেইটা গুৰুত্বপূৰ্ণ কথাৰ ওপৰতো আলোচনা কৰা হৈছে বুলি চৰকাৰী সূত্ৰত প্ৰকাশ পাইছে । এই সন্দৰ্ভত কেজৰিৱালে সাংবাদিকৰ আগত কয় যে…

APSCৰ নিযুক্তিত পুনৰ আসোঁৱাহ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ APSCৰ নিযুক্তিত পুনৰ আসোঁৱাহ। কৃষি উন্নয়ন বিষয়া নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ২০১৮ বৰ্ষতেই প্ৰকাশ পোৱা বিজ্ঞাপনৰ ভিত্তিত চলিত বৰ্ষৰ ৩০ জানুৱাৰীত APSC-এ ঘোষণা কৰিছিল কৃষি…

লিট্টি চৌখা, ছাট্টু আৰু কুলহাদ চাহৰ জুতি ল’লে প্ৰধানমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ দিল্লীৰ ৰাজপথত অনুষ্ঠিত হৈ থকা হুনাৰ হাটত আকস্মিকভাৱে উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীক কাষতে পায় উৎফুল্লিত হৈ পৰে হুনাৰ হাটৰ সকলো লোক । সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ…

মিৰ্ছী মিউজিক এৱাৰ্ড ২০২০ৰ বাবে নমিনেশ্যন লাভ অসম কন্যাৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ মিৰ্ছী মিউজিক এৱাৰ্ড ২০২০ৰ বাবে নমিনেশ্যন লাভ কৰিছে অসমৰ শাৰদী বৰাই। UPCOMING FEMALE VOCALIST OF THE YEARৰ শিতানৰ বাবে শাৰদী বৰাই লাভ কৰিছে নমিনেশ্যন। ইতিমধ্যে বহু কেইটা ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ…

নক্সালীৰ বোমাত ধ্বংসস্তুপত পৰিণত বিদ্যালয় ভৱন

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ মঙলবাৰে নিশা বিহাৰৰ গয়া জিলাৰ এখন বিদ্যালয়ৰ এটা ভৱন নক্সাল সন্ত্ৰাসবাদীয়ে বোমা দি উৰুৱায় । গয়া জিলাৰ বাংকে বজাৰ ব্ল'কৰ অন্তৰ্গত সন্দাহা গাঁৱত নক্সাল সন্ত্ৰাসবাদীয়ে আইইডি (IED) বিস্ফোৰণ কৰে । উল্লেখ্য যে এই…

নতুন দোকান খুলিলে পুৰণা দোকানৰহে বিক্ৰী ভাল হয়ঃ অতুল বৰা

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসমত 'কা'বিৰোধী আন্দোলন অব্যাহত থকাৰ মাজতে অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাৰ বিস্ফোৰণ । মাত্ৰ ১৫ দিন আন্দোলন কৰি ৰাজনৈতিক দল গঠন কৰিব বিচৰা বিষয়টো অসমৰ ৰাইজে বিচাৰ কৰিব বুলিও মন্তব্য কৰে অগপ সভাপতিগৰাকীয়ে ।…

বঙাইগাঁৱত ৰে’লৰ খুন্দাত নিহত স্বামী-স্ত্ৰী

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ বঙাইগাঁৱত শোকাৱহ ঘটনা। পাতিলাদহা ৰে'লেৱে ষ্টেচনত অঘটন। ৰে'লৰ খুন্দাত থিতাতে নিহত নকুলবালা সৰকাৰ আৰু আননবালা সৰকাৰ নামৰ দম্পতী। ইতিমধ্যে ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহদুটা।

দেউতাকৰ দৰেই খেলপথাৰত চমক জুনিয়ৰ দ্রাবিড়ৰ; গঢ়িলে দ্বিশতক

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ক্ৰিকেটৰ খেলপথাৰত 'দ্যা ৱাল' নামেৰে পৰিচিত ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্রাবিড়ৰ সন্তান সমিত দ্রাবিড়েও যেন পিতৃৰ পথকে সাৰোগত কৰিছে । ১৪ বছৰ অনুৰ্ধৰ এখন ক্ৰিকেট খেলত জুনিয়ৰ দ্রাবিড়ে দুমাহৰ ভিতৰতে…

দাব্বু ৰাটানীৰ কেলেণ্ডাৰত জুই লগাইছে কোনে ?

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ দুটা দশক ধৰি বলীউডৰ তাৰকা সকলক লৈ চেলিব্ৰেটী ফটোগ্ৰাফাৰ দাব্বু ৰাটানীয়ে প্ৰকাশ কৰি আহিছে কেলেণ্ডাৰ । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আহি আছে দাব্বু ৰাটানীৰ সেই বিশেষ কেলেণ্ডাৰ । অচিৰেই মুক্তি পাব লগা এই কেলেণ্ডাৰৰ…