প্রস্তুতি মেচত ২ ৰানত জয় ভাৰতীয় দলৰ
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ আই চি চি মহিলা টি–২০ বিশ্বকাপৰ প্রস্তুতি মেচত কষ্টকৰ বিজয় সাব্যস্ত কৰিছে হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে৷ মঙলবাৰে অনুষ্ঠিত মেচখনত ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ২ ৰানত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে৷ মেচখনত…