সমগ্র শিক্ষা অভিযানত ৮ পদ খালী ২৫ ফেব্রুৱাৰীৰ ভিতৰত আবেদন আহ্বান
অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগৰ অসম সর্বশিক্ষা অভিযান মিছনৰ অধীনত পৰিচালিত সমগ্র শিক্ষা অভিযানত খালী হৈছে ৮টা পদ৷ পদকেইটা দক্ষিণ শালমাৰা মানকাচৰ জিলাত পূৰণ কৰা হ’ব৷ বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদকেইটাৰ ভিতৰত আছে– ইউডিএ ১টা ঃ প্রার্থী…