নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ অস্তিত্ব আৰু শংকা

অমল বৈশ্য কেইবালানিও আন্দোলনৰ মুখামুখি হৈ অসমীয়া সমাজ আজি ভাৰাক্রান্ত৷ কিন্তু আন্দোলনবোৰৰ পৰা যে অসমীয়া সমাজখনৰ কোনোধৰণৰ উন্নতি বা লাভৱান হোৱা নাই সেইটো ধুৰুপ৷ বৰং আমি এক ধূসৰ পৰিৱেশ দেখা পাওঁ৷ কোনোটো আন্দোলনৰে আমি সঠিক সমাধানৰ…

শিৱৰাত্রি পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি–নির্দেশনা জাৰি

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত বিভিন্ন মন্দিৰ, দেৱালয়ত অগন্তুক মহা শিৱৰাত্রি সুকলমে উদ্যাপনৰ বিষয়ে মঙলবাৰে জিলা প্রশাসনৰ উদ্যোগত এখন সভা অনুষ্ঠিত হয়৷ জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাৰ সভাপতিত্বত জিলা উপায়ুক্তৰ…

দিছপুৰৰ ডায়েৰী

সঞ্জয় বিজেপিৰ গুৰুত্ব বাঢ়িছে দিন যিমানেই আগবাঢ়িছে সিমানেই ৰাজ্যৰ ৰাজনীতিত গুৰুত্ব বাঢ়িছে বিজেপিৰ৷ পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে বিজেপিক বাদ দি অসমৰ ৰাজনীতিৰ কথা ভাবিব নোৱাৰা অৱস্থা হৈছে৷ অহা এপ্রিল মাহত বিটিচি নির্বাচন…

তেজপুৰত নকল সোণসহ এজনক আটকঃ আৰক্ষীৰ জেৰা অব্যাহত

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ তেজপুৰত আৰক্ষীৰ জালত কুখ্যাত নকল সোণ ব্যৱসায়ী ৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে নকল সোণসহ গ্রেপ্তাৰ কৰিছে নুৰজামাল আলীক ৷ তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তর্গত কুৰকানিৰ নুৰজামালসহ এটা দলে দীর্ঘদিন…

সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে বৰপেটা প্রশাসনৰ তৎপৰতা

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ বাৰিষাকালত বৰপেটা জিলাত হ’ব পৰা বান পৰিস্থিতিৰ সঠিকভাৱে মোকাবিলা কৰাৰ বাবে মঙলবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত মুনীন্দ্র শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত…

বঙাইগাঁও আইটিআইত বিয়াগোম দুর্নীতি

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ বঙাইগাঁও আইটিআইত চৰম অৰাজকতাৰ মাজতে চৰকাৰী প্রতিষ্ঠানখনত সংঘটিত দুর্নীতিৰ তদন্তৰ দাবী জনাই ছাত্র–ছাত্রীসকলে মঙলবাৰৰ পৰা অনির্দিষ্টকালৰ বাবে শ্রেণীবর্জন কার্যসূচী ৰূপায়ণ কৰে ৷ ৰাজ্য চৰকাৰৰ শ্রম আৰু নিয়োগ বিভাগৰ…

কাইলৈ গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভা

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ১৭ বছৰ বিৰতিৰ অন্তত অহা ২০ ফেব্রুৱাৰীত বিভিন্ন সংবাদ প্রতিষ্ঠানত কর্মৰত সাংবাদিকসকলৰ আহ্বানত প্রথমবাৰৰ অনুষ্ঠিত হ’ব গুৱাহাটী প্রেছ ক্লাবৰ সাধাৰণ সভা৷ প্রেছ ক্লাবৰ সংবিধান অনুসৰি সাধাৰণ সভাখন প্রতিবছৰে…

ছয়গাঁৱত এদিনতে ৩ লাখ জৰিমনা সংগ্রহ

নিয়মীয়া বার্তা, ১৯ ফেব্রুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁৱত আৰু ছয়গাঁৱৰ ভিন্ন প্রান্তত কামৰূপ জিলা প্রশাসন, কামৰূপ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী বিভাগে যান –বাহন আইন নমনা যান–বাহনৰ বিৰুদ্ধে মঙলবাৰে তালাচী অভিযান চলায় ৷ দিনৰ ১১.৩০ বজাত ছয়গাঁও থানাৰ…

পামহীত উপকৰবিহীন পাইকাৰী বজাৰগৃহ নির্মাণ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদে কৃষক ৰাইজ আৰু কৃষিজাত সা–সামগ্রীৰ বেহা–বেপাৰ কৰা ক্ষুদ্র ব্যৱসায়ীসকলক মধ্যভোগীৰ হাতোৰাৰ পৰা ৰক্ষা কৰাৰ বাবে গুৱাহাটীৰ গড়চুকৰ সমীপৰ পামহীত প্রায় ছয় বছৰ পূর্বে স্থাপন কৰা…

ছাত্রৰ আত্মহত্যাঃ পৃথকে পৃথকে সাক্ষ্য গ্রহণ শিক্ষক–শিক্ষার্থীৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ নগাঁও চহৰৰ আমোলাপট্টিৰ শিৱনগৰৰ অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ অগ্রণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যালয়ৰ দশম শ্রেণীৰ এজন ছাত্রই ১৫ ফেব্রুৱাৰীত বিদ্যালয়ৰ পাঠদান চলি থকা সময়তে আত্মহত্যা কৰা ঘটনাক কেন্দ্র কৰি…