নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মীমাংসা হোৱা নাই দিছপুৰ থানাত ৰুজু ১১ হাজাৰ গোচৰৰ

নিয়মীয়া বার্তা, ১৯ ফেব্রুৱাৰীঃ আৰক্ষী অধুনিকীকৰণক লৈ বিভিন্ন পর্যায়ত গ্রহণ কৰা আঁচনিৰ বিপৰীতে ৰাজ্যৰ প্রতিখন আৰক্ষী থানাত মীমাংসা নোহোৱাকৈ ওলমি ৰৈছে একাধিক গোচৰ৷ এইক্ষেত্রত সর্বাধিক গুৱাহাটী মহানগৰৰ প্রায় আটাইকেইখন থানাত পৰি আছে সহস্রাধিক…

হে’লমিট্ মূৰত নে কিলাকুটিৰ ভিতৰত ?

মাননীয় গৃহ মন্ত্রী সোণোৱালদেউ আৰু মাননীয় পৰিবহন মন্ত্রী চন্দ্র মোহন পাটোৱাৰীদেউ,– নমস্কাৰ গ্রহণ কৰিব৷ যোৱা ৫ ফে’ব্রুৱাৰীত মোৰ এই নিয়মীয়া শিতানটোতে ৰাজধানী মহানগৰী গুৱাহাটীৰ ছিটি বাছসমূহ নিয়ন্ত্রণ কৰাত আপোনাসৱৰ চৰকাৰখনৰ চূড়ান্ত বিফলতাৰ কথা…

মহানগৰীত পাঁচ দিনত ৭৯ চিটীবাছ জব্দ–৫.৬০ লাখ টকাৰ জৰিমনা সংগ্রহ

নিয়মীয়া বাৰ্তা ১৯ ফেব্রুৱাৰীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াভাৱে পৰিবহণ বিভাগক গুৱাহাটী মহানগৰীৰ চিটীবাছসমূহৰ একাংশই আইন উলংঘা কৰি ৰাজপথত চলি থকা ঘটনা ৰোধ কৰাৰ বাবে চিটীবাছ চলাচলৰ ব্যৱস্থাটোক এক শৃংখলাবদ্ধ ৰূপ দি তাক যাত্রীৰ অনুকূল…

বৃহৎ পৰিমাণৰ গাঞ্জাসহ ধৃত দুই

নিয়মীয়া বার্তা ১৯ ফেব্রুৱাৰীঃ বৰপেটা জিলাৰ হাউলী আৰক্ষীয়ে আজি আবেলি ৪.৩০ বজাত এক গোপন সূত্রৰ পম খেদি ৩১নং ৰাষ্ট্রীয় ঘাইপথ কালজাৰত এখন ড্রাকত অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে৷ ডব্লিউ বি ২/জি ৫৮২৫ নম্বৰৰ ড্রাক এখনে…

অসম চৰকাৰ, আৰক্ষীক প্রশংসা বলীউড তাৰকাৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ সফলভাৱে ফিল্মফেয়াৰ অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰ আৰু অসম আৰক্ষীক ভূয়সী প্রশংসা কৰিছে বলীউডৰ তাৰকা–মহাতাৰকাই৷ বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে এক টুইটযোগে গুৱাহাটীত সুকলমে ফিল্মফেয়াৰ অনুষ্ঠিত…

শীঘ্ৰে দুর্নীতি নিবাৰকৰ জালত পৰিব ৩ দুর্নীতিগ্রস্ত ডিএফঅ’

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃবন বিভাগৰ বিষয়া হোৱাৰ সুবাদতে সীমাহীন সম্পত্তিৰ গৰাকী হৈ পৰা অভিজিৎ ৰাভাৰ ধনৰ উৎস সম্পর্কে তদন্ত কৰি অসম আৰক্ষীৰ দুর্নীতি নিৰীক্ষণ আৰু নিবাৰক শাখাই লাভ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷ কার্বি আংলঙত কর্মৰত বিশেষ…

বেদখলকাৰীৰ তাণ্ডৱত ত্রস্তমান খিলঞ্জীয়া

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ তেজপুৰ চহৰৰ মাজমজিয়াত থকা নিকামূল সত্রৰ প্রতিও ভাবুকিৰ সৃষ্টি কৰিছে অবৈধ নাগৰিকে৷ বেদখলকাৰীৰ কবলত পৰিছে সত্রৰ সমীপত থকা চৰকাৰী ভূমি৷ আনকি অবৈধ বেদখলকাৰীয়ে এইবাৰ ধর্মৰত্ন গহন চন্দ্র গোস্বামীৰ নামত থকা ডদ্যানতো…

শিক্ষাই এটা জাতিৰ উত্তৰণত সহায় কৰেঃ মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ মহানগৰীৰ বীৰকুছিত যোৱা ১৭ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈ থকা কেন্দ্রীয় দেহাল (ৰংকেৰ) কার্চিদম উৎসৱ ২০২০ৰ মঙলবাৰে দ্বিতীয় দিনা এক বর্ণিল সাংস্কৃতিক শোভাযাত্রাই মহামিলনৰ তীর্থভূমিত পৰিণত কৰিলে…

অশনি সংকেত

সাম্প্রতিক বিশ্বত গোলকীয় উষ্ণতা প্রাক্–ঔদ্যোগিক সময়তকৈ গড় হিচাপত ১.১ ডিগ্রী চেণ্টিগ্রেড ওপৰত আছে আৰু এই উষ্ণায়নৰ প্রৱণতা অব্যাহত আছে৷ গোলকীয় উষ্ণতা নিয়ন্ত্রণৰ দাবীত বিশ্বজুৰি সজাগতা আৰু আন্দোলন অব্যাহত আছে যদিও ব্যাপক অর্থনৈতিক হেঁচা আৰু…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ যোগাযোগত ভালেই দেখা যায়৷ বিদ্যাত সাধাৰণ আহুকাল আহিব৷ ঘৰুৱা কথাত পূর্বৰ তুলনাত উন্নত ফল৷ বন্ধুৰ পৰা খুব উপকৃত নহ’ব৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷ বৃষঃ বেপাৰ–বাণিজ্যত থকাসকলে কিছু সুযোগ পাব৷ প্রিয় সংগ, আর্থিক উন্নতি আদিৰ শুভ সংযোগ দেখা…