নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামটো হ’ব ভাৰতত

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ বিচিচিআইয়ে মঙলবাৰে নিশ্চিত কৰে যে গুজৰাটৰ আহমেদাবাদত হ'ব লগা মোতেৰা ষ্টেডিয়ামেই হ'ব বিশ্বৰ সবাতোকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম । মুঠ ১ লাখতকৈ অধিক লোক বহিব পৰাকৈ নিৰ্মাণ কৰা এই ষ্টেডিয়ামটোৱে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ…

প্ৰতীক হাজেলা হোৱাইট কলাৰ জেহাদী

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত দেখা দিয়া বিসংগতি সন্দৰ্ভত মঙলবাৰে অসম পাব্লিক ৱৰ্কছৰ নেতা অভিজিত শৰ্মাই এক সংবাদমেল সম্বোধন কৰে । ৰাজ্যৰ ২২ খন জিলাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত হোৱা বিসংগতিৰ বাবে ১০০ শতাংশ…

অতি শীঘ্ৰেই দেশৰ ৰেলৱে ষ্টেচনৰ পৰা ব্যাহত হ’ব বিনামূলীয়া ৱাই ফাই সেৱা

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ আপুনি যেতিয়া ৰেল ষ্টেচনত ৰেলৰ বাবে অপেক্ষা কৰি থাকে তেতিয়া আপুনি হয়তো বিনামূলীয়া ৱাই-ফাই ব্যৱহাৰ কৰি থাকে। কিন্তু এতিয়া হয়তো আপুনি পোৱা বিনামূলীয়া ৱাই-ফাই ব্যাহত হ'ব পাৰে। দেশৰ বিভিন্ন ষ্টেচনত উপলব্ধ হোৱা…

CAA আন্দোলনৰ মাজতে ২ যুৱতীৰ উদ্দাম নৃত্য; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দেশজুৰি অব্যাহত থকা ৰণসদৃশ পৰিস্থিতিৰ সময়তে পশ্চিমবংগত কা বিৰোধী আন্দোলনৰ এক অনুষ্ঠানত দুগৰাকী যুৱতীৰ উদ্দাম নৃত্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । আনহাতে যি মঞ্চত এই…

সংকল্প আৰু বিকাশ সমাৰোহৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ডিব্ৰুগড়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ২৩ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ সংকল্প আৰু বিকাশ সমাৰোহৰ বুজ ল'বলৈ ডিব্ৰুগড়ত উপস্থিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিধায়ক-কৰ্মীৰে এখন বৈঠকতো অংশ লয়…

ট্ৰাম্পৰ আগমনঃ ৪৫ পৰিয়াললৈ উচ্ছেদৰ জাননী

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ বাবেই এতিয়া কাল অমানিশা নামি আহিছে ৪৫ টাকৈ পৰিয়াললৈ । আগন্তুক ২৪-২৫ ফেব্ৰুৱাৰীত গুজৰাটৰ আহমেদাবাদলৈ আহিব ট্ৰাম্প । আহমেদাবাদলৈ অহাৰ এই সময়চোৱাত ট্ৰাম্পৰ কনভয়…

আলু, পিঁয়াজৰ ব্যৱসায় যদি সম্ভৱ, তেন্তে ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট খেল কিয় সম্ভৱ নহয় ?

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছুয়েব আখতাৰে পুনৰবাৰ ভাৰত-পাকিস্তানৰ মাজত দ্বিপাক্ষীয় শৃংখলা অনুষ্ঠিত হোৱাৰ পুষকতা কৰিছে । লগতে আখতাৰে কয় যে- যদি দুয়োখন দেশৰ মাজত ব্যৱসায়ীক সম্বন্ধৰ লগতে বিভিন্ন খেলৰ বাবে দুয়োখন…

কাচভক হিন্দু সন্ত্ৰাসবাদী ৰূপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল কোনে ?

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত ৰাকেশ মাৰিয়াই তেওঁৰ শেহতীয়াকৈ প্ৰকাশিত গ্ৰন্থ 'লেট মি চে ইট নাওত' মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ লগত জড়িত আজমল কাচভ সন্দৰ্ভত প্ৰকাশ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য । গ্ৰন্থখনত প্ৰকাশ…

দেশলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে শচীন তেণ্ডুলকাৰে

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে পুনৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ২০০০-২০২০ বৰ্ষৰ লাৰেছ স্পৰ্টিং মুমেণ্ট এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে। বাৰ্লিনত অনুষ্ঠিত হোৱা লাৰেছ ৱৰ্ল্ড…

বালাকোটত পুনৰ সক্ৰিয় হৈ উঠিছে বহু সন্ত্ৰাসবাদী শিবিৰ; দি থকা হৈছে অনুশীলন

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ পাক অধিকৃত কাশ্মীৰ (PoK)স্থিত বালাকোটত পুনৰ সক্ৰিয় হৈ উঠিছে বহু সন্ত্ৰাসবাদী শিবিৰ । জানিব পৰা মতে ভাৰতত কোটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ উদ্দেশ্যে মাছুদ আজহাৰৰ খুলশালীয়েকে ২৭ জনকৈ সন্ত্ৰাসবাদীক অনুশীলন…