বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ ভাৰতঃ পিছ পৰি ৰ’ল ফ্ৰান্স-ব্ৰিটেইন
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ দেশত আৰ্থিক মন্দাৱস্থা চলি থকাৰ মাজতে মোডী চৰকাৰৰ বাবে আহিছে এটা ভাল খবৰ । ফান্স আৰু ব্ৰিটেইনক চেৰ পেলাই পঞ্চম বৃহত্তম অৰ্থনীতিৰ দেশৰ মৰ্যাদা পালে ভাৰতে । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংস্থা ৱৰ্ল্ড পপুলেশ্বন ৰিভিউৰ…