NRC বিতৰ্কঃ প্রতীক হাজেলাৰ বিৰুদ্ধে ২২ টা গোচৰ তৰিব এপিডব্লিউৱে
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ এনআৰচি প্ৰকাশৰ সমগ্ৰ প্ৰক্ৰিয়াক লৈ পূৰ্বৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ২২ টা গোচৰ দাখিল কৰিব আছাম পাব্লিক ৱৰ্কছ এ । ইতিমধ্যে তিনিটাকৈ গোচৰ দাখিল কৰা এপিডব্লিউৱে অনাগত সময়ছোৱাত প্রতীক হাজেলাৰ বিভিন্ন…