নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুণ্ডিল নগৰ পানী যোগান আঁচনি বিকল

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ পানী যোগান আঁচনিসমূহ কার্যক্ষম কৰাৰ লগতে মহানগৰবাসীক শীঘ্রে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে যদিও এই সমূহ বাস্তৱ ক্ষেত্রত কার্যকৰী হোৱা পৰিলক্ষিত হোৱা…

অসমীয়া আৰু বাংলা ভাষা

হোমেন বৰগোহাঞি টোকাঃ ১৯৮১ চনৰ পৰা ১৯৯১ চনলৈকে ১০টা বছৰ মই কলকাতাৰ পৰা প্রকাশিত ‘আজকাল’ নামৰ বাংলা বাতৰি কাকতত সাংবাদিক হিচাপে কাম কৰিছিলোঁ৷ কাকতখনৰ সম্পাদকীয় পৃষ্ঠাত সপ্তাহৰ প্রতিটো বৃহস্পতিবাৰত অসম তথা উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন…

বড়ো ৰাজনীতি

নতুন দিল্লীত যোৱা ২৭ জানুৱাৰীত এন ডি এফ বিৰ চাৰিটা গোট আৰু নিখিল বড়ো ছাত্র সন্থা (এবছু)ৰ স’তে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে স্বাক্ষৰ কৰা ত্রিপাক্ষিক চুক্তিখনক ঐতিহাসিক আখ্যা দি বড়োভূমিলৈ স্থায়ী শান্তি ঘূৰি আহিব বুলি উভয় পক্ষই দাবী কৰি আহিছে৷…

বাসুগাঁৱত আটক কেএল’ৰ দুর্ধর্ষ কেডাৰ

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ চিৰাঙত এজন দুর্ধর্ষ কে এল অ’ সদস্যক আৰক্ষী আৰু সেনাই কৰায়ত্ত কৰে৷ সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত কৰায়ত্ত হোৱা কে এল অ’ সদস্যজনৰ জিম্মাৰ পৰা মাৰণাস্ত্র আৰু সক্রিয় গুলী আদি উদ্ধাৰ কৰা হয়৷ সোমবাৰে সেনাৰ চিৰাং শিবিৰৰ…

নগাঁৱত গাঁওৰক্ষী বাহিনীৰ হাতত আটক ৩ ড্রাগছ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ সমীপৰ মৰঙিয়ালত গাঁওৰক্ষী বাহিনীয়ে যোৱানিশা অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনিজন লোকক আটক কৰি স্থানীয় মৰিকলং আৰক্ষীক গতাই দিয়ে৷ ৰাইজৰ সহযোগত গাঁওৰক্ষী বাহিনীয়ে…

বিটিচি নিৰ্বাচনৰ ৰণডংকাঃ ১৫ টা সমষ্টিত বিপিএফৰ প্রথমখন তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও নিৰ্বাচনক লৈ ততপৰ হৈ পৰিছে শাসনাধিষ্ঠিত বি পি এফ দল । সোমবাৰে বি পি এফৰ কাৰ্যনিৰ্বাহক সভাই অহা এপ্ৰিল মাহত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদীয় নির্বাচনৰ বাবে…

অসমীয়া–খিলঞ্জীয়া মাতৃভাষা সুৰক্ষাৰ বাবে ভাষা প্রয়োগ উপদেষ্টা সমিতি গঠনৰ দাবী

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ অসমত অসমীয়াক প্রধান ভাষা হিচাপে মর্যাদা দিয়াৰ উপৰি অন্যান্য আঞ্চলিক আৰু খিলঞ্জীয়া ভাষাৰ যথাযথ সুৰক্ষা, বিকাশ আৰু অসমৰ চৰকাৰী ভাষাৰ প্রয়োগৰ ক্ষেত্রত আনুষংগিক বিধান–নীতি প্রস্তুতৰ বাবে ভাষা প্রয়োগ উপদেষ্টা সমিতি…

নগাবস্তিত কাম কৰিবলৈ যোৱা অসমীয়াক নগাৰ নির্মম প্রহাৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰাৰ সময়তে অসমীয়াৰ ওপৰত নগাই অত্যাচাৰ আৰম্ভ কৰিছে । অসম-নাগালেণ্ড সীমান্তৱৰ্তী নগাৱস্তিত কাম কৰিবলৈ যোৱা অসমৰ লোকৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে নগাই । প্ৰাণৰ…

নৱবর্ষৰ পিছত ইংলিছ প্রিমিয়াৰ লীগত প্রথমটো জয়ৰ সোৱাদ আর্ছেনালৰ

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ নৱবর্ষৰ পিছত ইংলিছ প্রিমিয়াৰ লীগত প্রথমটো জয়ৰ সোৱাদ লাভ কৰিলে আর্ছেনালে৷ ২ জানুৱাৰীত মানচেষ্টাৰ ইউনাইটেডৰ বিপক্ষে ই পি এলত অন্তিমটো বিজয় সাব্যস্ত কৰা আর্ছেনালে দেওবাৰে নিশা এমিৰেটছ ষ্টেডিয়ামত অনুষ্ঠিত একপক্ষীয়…

দঃ আফ্রিকাৰ নেতৃত্ব ত্যাগ ডু প্লেচিছৰ; নতুন অধিনায়ক ডি কক

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ উদীয়মান তাৰকা কুইণ্টন ডি ককৰ বাবে বাট মুকলি কৰি দক্ষিণ আফ্রিকাৰ নেতৃত্ব ত্যাগ কৰিলে অভিজ্ঞ বেটছমেন ফাফ ডু প্লেচিছে৷ ১১২খন আন্তঃৰাষ্ট্রীয় মেচত দক্ষিণ আফ্রিকাক নেতৃত্ব দিয়া ৩৫ বছৰীয়া বেটছমেনগৰাকীয়ে কালি এই কথা…