নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকৰ পূর্বে আঘাতত জর্জৰিত অসম কন্যা; ৪০০ মিটাৰ এৰি ২০০ মিটাৰলৈ হিমা

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ টকিঅ’ অলিম্পিকলৈ মাজত মাথোঁ চাৰিটা মাহ বাকী থকা অৱস্থাত আঘাতে জুৰুলা কৰিছে অসমৰ তাৰকা এথলিট হিমা দাসক৷ বিগত বর্ষৰ পৰা সন্মুখীন হৈ থকা পিঠিৰ আঘাতৰ লগতে শেহতীয়াকৈ তেওঁক জুৰুলা কৰিছে নেৰানেপেৰা জ্বৰে৷ প্রায় তিনি…

মাছুদ আজহাৰ সন্ধানহীন

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ পেৰিছত দেওবাৰৰে পৰা আৰম্ভ হৈছে ফাইনেঞ্চিয়েল একচন টাস্ক ফ’চ (এফএটিএফ)ৰ বৈঠক৷ এই বৈঠকৰ সময়তে পাকিস্তানে দাবী কৰিছে যে জইচ–ই–মহম্মদৰ প্রধান তথা দুর্ধর্ষ সন্ত্রাসবাদী মাছুদ আজহাৰ পৰিয়ালসহ সন্ধানহীন৷ এফ এ টি এফে এই…

সমগ্র বিশ্বত ৭১,০০০ লোক ক’ৰোনা ভাইৰাছত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ চীনৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ সম্প্রসাৰিত হৈছে৷ শেহতীয়া তথ্য মতে চীনত এই ৰোগত সর্বাধিক লোকে প্রাণ হেৰুওৱাৰ বিপৰীতে হুবেই, হংকং, মাকাও, জাপান, ছিংগাপুৰ, থাইলেণ্ড, দক্ষিণ কোৰিয়া,…

আন্তঃৰাষ্ট্রীয় পথ সুৰক্ষা সন্মিলনঃ ষ্ট’কহ’মলৈ নীতিন গাডকাৰি

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় পথ পৰিবহণমন্ত্রী নীতিন গাডকাৰিয়ে এক বিশেষ কার্যসূচীৰ বাবে ষ্ট’কহ’মলৈ যাত্রা কৰিছে৷ তাত অনুষ্ঠিত হ’ব লগা ‘এচিভিং গ্ল’বেল গ’লছ ২০৩০’ শীর্ষক উচ্চ পর্যায়ৰ তৃতীয় পথ সুৰক্ষা সন্মিলনত ভাৰতৰ কেন্দ্রীয়…

শ্বাহিন বাগৰ প্রতিবাদঃ প্রতিবাদ জনতাৰ মৌলিক অধিকাৰ কিন্তু ৰাজহুৱা পথ অৱৰোধ উদ্বিগ্ণতাৰ বিষয

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ শ্বাহিন বাগত দুমাহতকৈও অধিক দিন পথ অৱৰোধেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বহু লোকে প্রতিবাদ কৰি থকা বিষয়টো এতিয়া ন্যায়ালয়ৰ মজিয়াত৷ প্রতিবাদকাৰীসকলে ৰাস্তা আবদ্ধ কৰা বিষয়ত শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে…

অমিত শ্বাহৰ উপস্থিতিত বিজেপিত চামিল বাবুলালৰ জেভিএম (পি)দল

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ঝাৰখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী তথা ঝাৰখণ্ড বিকাশ মর্চা (প্রজাতান্ত্রিক)ৰ সভাপতি বাবুলাল মাৰাণ্ডিয়ে তেওঁৰ দলটোৰ ভাৰতীয় জনতা পার্টীৰ সৈতে সোমবাৰে একত্রীকৰণ সম্পন্ন কৰে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মাৰাণ্ডিক…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কোনো কাৰণে কিবা ভাবৰ উদয় হ’ব পাৰে৷ উপর্যুপৰি চেষ্টাৰ দ্বাৰাও নিৰাশ হোৱাৰ ইয়ো এক কাৰণ হ’ব পাৰে৷ আজি শৰীৰো বৰ উন্নত নাযাব৷ বিদ্যাত অৱশ্যে বাধা কম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷ বৃষঃ সহজাত–সুবৃদ্ধি আৰু কার্যদক্ষতাৰ কামত ব্যৱহাৰ কৰক৷ কিন্তু…

২০২১ ৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা অব্যাহত থাকিব অসম গণ পৰিষদৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ "বিজেপিৰ সৈতে মিত্ৰতাত আছো আৰু থাকিম । অসম গণ পৰিষদে ৮৪ খন আসনত নিৰ্বাচন খেলাৰো অভিজ্ঞতা আছে ।"- সোমবাৰে আমবাৰীত অগপৰ  কাৰ্যালয়ত যুৱ আৰু মহিলা পৰিষদৰ বৈঠকত এই মন্তব্য কৰে অতুল বৰাই । সংবাদ মাধ্যমৰে হোৱা…

নাচিব নজনাসকলেহে ছ’চিয়েল মিডিয়াত আইমী বৰুৱাক কৰি আছে ট্ৰ’ল !

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বলীউদৰ তাৰকা-মহাতাৰকাৰ অংশগ্ৰহণেৰে শনিবাৰে নিশা গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয় বৰ্ণাঢ্য ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান । কিন্তু এই অনুষ্ঠানৰ সামৰণিৰ পাছত ফিল্মফেয়াৰক লৈ বিভিন্ন বিতৰ্কই এতিয়া…

ফিল্মফেয়াৰে কেনেকৈ আগবঢ়াই নিব অসম পৰ্যটনক ?

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ 'মাত্ৰ ২৩ কোটিৰে ২০০ মানুহৰ মাজলৈ লৈ যোৱা হৈছে অসম পৰ্যটনক । ফিল্মফেয়াৰৰ মঞ্চ ব্যৱহাৰ কৰি আমি অসম পৰ্যটনক বহু মানুহৰ মাজলৈ নিব পাৰিছোঁ । কিয়নো ফিল্মফেয়াৰৰ পূৰ্বে যি প্ৰমোশ্বনেল ভিডিঅ' নিৰ্মাণ কৰা হৈছিল সেই…