নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত কৃষি বিপ্লৱৰ জোৱাৰ

প্ৰাঞ্জল প্ৰাণ খাউণ্ড, মাজুলী চাৰিজন শিক্ষিত যুৱক ক্রমে প্রদীপ কলিতা, পংকজ কলিতা, দাদু কলিতা আৰু জয়ন্ত কলিতাই ১০ বিঘা মাটিৰ ৮ বিঘা মাটিত ভেণ্ডি আৰু ২ বিঘা মাটিত কৰিছেবডো ধানৰ খেতি৷ ৰাজু কলিতাই আমাক জানিবলৈ দিয়া মতে, ৮ বিঘা মাটিত…

অভিলেখকাৰী ২০ ডিগ্ৰী চেলছিয়াছ অতিক্রম এণ্টার্কটিকাত

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ গোলকীয় উষ্ণতাৰ বিৰূপ প্রভাৱ বিশ্বৰ বৃহত্তম বৰফৰ ভাণ্ডাৰ এণ্টার্কটিকাতো স্পষ্ট হৈ পৰিছে৷ জলবায়ু পৰিৱর্তনৰ প্রচণ্ড ভাবুকি কঢ়িয়াই আনি এণ্টার্কটিকাত তাপমাত্রাই অভিলেখ গঢ়িলে৷ প্রথমবাৰৰ বাবে এণ্টার্কটিকাত ২০ ডিগ্রী…

জলাহগাঁৱৰ পথাৰত সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ প্রচেষ্টা

তপন কটকী, পুৰণিগুদাম যি সময়ত একাংশ যুৱ প্রজন্মই কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢ়াপলি মেলিছে, সেই সময়তে এখন বিশেষ পথাৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে৷বহিঃৰাজ্যত গৈ কর্মসংস্থাপনৰ পথ বিচৰাৰ পৰিৱর্তে নগাঁও জিলাৰ পুৰণিগুদামৰ নিকটৱর্তী চলচলি…

কুটিৰ শিল্পৰে স্বনিৰ্ভৰশীল ষাঠিকুছিৰ জয়চৰণ শীল

শৈলন বৰ্মন ভিন্ন সময়ত সংস্থাপন নাপাই বহু যুৱক–যুৱতীয়ে হীনমন্যতাত ভোগাৰ সময়তে নলবাৰী জিলাৰ গোৱৰাদলৰ নিকটৱর্তী ষাঠিকুছি (কুলবিল চুবা) গাঁৱৰ জয়চৰণ শীলে কুটিৰ শিল্পৰ জৰিয়তে দেখুওৱাইছে বিশেষ নিদর্শন৷ ১৪ বছৰ বয়সৰ পৰাই নিজৰ সুনিপুণ হাতৰ…

ৰাভা হাছঙৰ দামৰাত কাশ্মীৰী বগৰীৰ খেতিৰে স্বাৱলম্বী শিক্ষিত যুৱক

বেনজিন বড়ো, দুধনৈ  ৰাভা হাছঙৰ দুধনৈ নৈৰ পাৰত কৃষি কর্মৰে সেউজ বিপ্লৱৰ সূচনা কৰি জীৱিকাৰ সপোন ৰচিছে দুধনৈ দামৰাৰ তিনি যুৱকে৷ শিক্ষিত হৈও চাকৰিৰ পিছে পিছে দৌৰি নাথাকি কৃষি কর্মৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে ৰাভা হাছঙৰ এই…

২৬/১১ৰ মুম্বাই আক্রমণৰ জগৰীয়া কৰক হাফিজ ছয়ীদক

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ মুম্বাইৰ ২৬/১১ আক্রমণকে ধৰি বিভিন্ন সন্ত্রাসবাদী কার্যকলাপৰ বাবে জামাত–উদ–দাবাৰ মুৰব্বী হাফিজ ছয়ীদক জগৰীয়া কৰিবলৈ পাকিস্তানক আহ্বান জনাইছে আমেৰিকা যুক্তৰাষ্ট্রই৷ দেশখনৰ বৈদেশিক মন্ত্রালয়ে প্রকাশ কৰা বিবৃতি মতে,…

সংগ্ৰামৰ ধাৰাবাহক চাংসাৰিৰ তৰুণ অসম সেৱক সংঘ

অনুভৱ কুমাৰ 'তৰুণ অসম সেৱক সংঘ’ ৷ আজিৰ প্রেক্ষাপটত এই তৰুণ অসম সংঘটোৰ কর্মৰাজি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লোকৰ চিনাকিৰ দাপোণবুলি ক’ব পাৰি৷ সামাজিক–সাংস্কৃতিক ক্ষেত্রতে হওক নতুবা ক্রীডাৰ ক্ষেত্রতে হওক, তাত অবিৰাম মনোনিৱেশৰ ফলত সংঘটোৰ…

ফিল্মফেয়াৰ ডামামাঃ বিশেষ পাছ থকা বাহনহে প্ৰৱেশ কৰিব পাৰিব ষ্টেডিয়ামত

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত আজি অনুষ্ঠিত হ'ব লগা বহুপ্ৰতীক্ষিত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠানক লৈ সম্পূৰ্ণ সষ্টম হৈছে আৰক্ষী বাহিনী । টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে প্ৰথমবাৰৰ বাবে গুৱাহাটীত আয়োজন কৰা বৰ্ণাঢ্য এই…

ক্রমাৎ স্বাভাৱিক হৈছে জম্মু–কাশ্মীৰৰ পৰিস্থিতি

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ জম্মু–কাশ্মীৰৰ কিছু অঞ্চলত জটিলতা চলি আছে যদিও অঞ্চলটোৰ পৰিস্থিতি প্রায় স্বাভাৱিকৰ দিশে আগবাঢ়িছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰিছে ইউৰোপীয় সংঘৰ ২৫ প্রতিনিধিয়ে৷ সংবিধান অনুচ্ছেদ ৩৭০ৰ বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ…

লাভৰ অংকত ব্যস্ত গান্ধী পৰিয়ালৰ আত্মাও ভ্রষ্ট

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কাশ্মীৰৰ পুলৱামাৰ সন্ত্রাসবাদী আক্রমণত ৪০জন চি আৰ পি এফ জোৱান শ্বহীদ হোৱাৰ প্রথম বার্ষিকীৰ দিনা কংগ্রেছৰ প্রাক্তন সভাপতি ৰাহুল গান্ধীৰ বিৰূপ মন্তব্যক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ পুলৱামা আক্রমণক লৈ কোন…