নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্র চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্ট পাৱাৰ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ এলগাৰ পাৰিষদ গোচৰৰ তদন্তৰ ভাৰ ৰাষ্ট্রীয় অনুসন্ধান সংস্থা চমুকৈ ‘নিয়া’লৈ হস্তান্তৰ কৰাৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেৰ সিদ্ধান্তত অসন্তুষ্টি প্রকাশ কৰিছে নেচনেলিষ্ট কংগ্রেছ পার্টীৰ প্রধান শাৰদ পাৱাৰে৷ মহাৰাষ্ট্রত…

নির্ভয়া গোচৰঃ আদালততে ঢলি পৰিল ন্যায়াধীশ বানুমতী

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ  ২০১২ চনৰ দিল্লী গণধর্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাৰ শুনানি গ্রহণ কৰি থকা অৱস্থাতে আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ বানুমতী হঠাতে অজ্ঞান হৈ ঢ়লি পৰে৷ কিছু সময় পিছত জ্ঞান ঘূৰাই পোৱাত তেওঁক ন্যায়ালয়ৰ বাহিৰলৈ লৈ যোৱা…

মাদ্রাছাক জেহাদীৰ মূল ঘাটি আখ্যা জনার্দন দেৱগোস্বামীৰ

নিয়মীয়া বার্তা, ১৫ ফ্রেব্রুৱাৰীঃ সকলো ভাষাৰে আদিভাষা সংস্কৃতৰ প্রচাৰ আৰু প্রসাৰৰ বাবে অন্যতম ভূমিকা পালন কৰি অহা সংস্কৃত টোলসমূহ বন্ধ কৰি দিয়া হ’ব বুলি শিক্ষামন্ত্রী হিমন্ত বিশ্ব শর্মাই সংস্কৃত টোলক হাইমাদ্রাছাৰ লগত তুলনা কৰি কৰা ঘোষণাক…

জিএমচিএইচত চিকিৎসাধীন ছাত্রীৰ দেহত নাই ক’ৰোনা ভাইৰাছ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) আছুতীয়া কক্ষত চিকিৎসাধীন হৈ থকা গুৱাহাটীৰ যুৱতীগৰাকীৰ শৰীৰত নাই ক’ৰোনা ভাইৰাছ ৷ চীনত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ ছাত্রীগৰাকীয়ে জ্বৰ, চর্দিত আক্রান্ত হৈ যোৱা…

এনডিএফবি সদস্যৰ অপৰাধ–গোচৰৰ প্রতিবেদন বিচাৰিলে গৃহ বিভাগে

নিয়মীয়া বাৰ্তা, ১৫ ফেব্রুৱাৰীঃ এক দীঘলীয়া সংগ্রামৰ অৱসান ঘটাই শেহতীয়াকৈ সম্পন্ন হোৱা বড়ো চুক্তিৰ পাছত এতিয়া চর্চালৈ আহিছে এন ডি এফ বি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো ৷ শান্তি আলোচনাৰ মেজলৈ অহা বিদ্রোহী সদস্যসকলক পুনৰ সংস্থাপনৰ বাবে ইতিমধ্যে…

গুৱাহাটীত পেলিয়েটিভ কেয়াৰৰ আন্তর্জাতিক সন্মিলন আৰম্ভ

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ প্রতিশ্রুতি, বিশ্বাস আৰু প্রেৰণাক মূল বিষয় হিচাপে লৈ অসমত উপশমী পৰিচর্যাক উদ্গনি দিবলৈ তিনিদিনীয়া কার্যসূচীৰে শুকুৰবাৰে পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত ইণ্ডিয়ান এছ’চিয়েচন অৱ পেলিয়েটিভ কেয়াৰৰ…

সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধ

সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ আপোচহীন স্থিতি সত্ত্বেও কূটাঘাতৰ লক্ষ্য হৈ ৰৈছে দেশখন৷ শেহতীয়াকৈ চোৰাংচোৱা সংস্থাই প্রকাশ কৰা তথ্য অনুসৰি জইচ–ই–মহম্মদৰ নেতৃত্বত কেইবাটাও সন্ত্রাসবাদী সংগঠনে সন্মিলিতভাৱে ভাৰতক সন্ত্রাসবাদী আক্রমণৰ লক্ষ্য…

গুৱাহাটীত উপস্থিত উষা উত্থুপ

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ বলীউডৰ জনপ্ৰিয় তাৰকা-মহাতাৰকাৰ চমকেৰে আজি উজলি উঠিব গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্প চৌহদ । বহু প্ৰতীক্ষাৰ অন্তত অন্ত আজি সন্ধিয়া সৰুসজাইত হ’ব বৰ্ণাঢ্য-অভিজাত ফিল্মফেয়াৰ বঁটা প্ৰদান অনুষ্ঠান । প্ৰথমবাৰৰ বাবে…

আইন উলংঘাকাৰী ১৪ চিটীবাছ জব্দ

নিয়মীয়া বার্তা, ১৫ ফেব্রুৱাৰীঃ যান–বাহন আইন উলংঘাৰে মহানগৰীত চলাচল কৰা চিটীবাছৰ বিৰুদ্ধে পৰিবহণ বিভাগে অভিযান অব্যাহত ৰাখিছে৷ কালি মহানগৰীৰ বিভিন্ন পথত অভিযান চলাই ৪০খন চিটী বাছ জব্দ কৰাৰ পিছত আজি পুনৰ দ্বিতীয় দিনাৰ বাবে ৰাজপথত পৰিবহণ…

চিৰিয়াখানাত ৩ মহীয়া সোণালী বান্দৰৰ চিকিৎসা

নিয়মীয়া বাৰ্তা ১৫ ফেব্ৰুৱাৰীঃ কান্দি কান্দি সি অৱশেষত ভাগৰি পৰিছে৷ কি জীৱ–জন্তু, কি মানুহ সকলোৰে মর্মবেদনা একেই৷ মাতৃৰ মৃত্যুৰ পিছত ৩ মহীয়া সোণালী বান্দৰৰ পোৱালিটো এতিয়া অকলশৰীয়া৷ বিদ্যুৎ বিভাগৰ চূডান্ত অদূৰদর্শিতাৰ বাবে কম বয়সতে মাউৰা হ’ল…