আমি একক সংখ্যাগৰিষ্ঠতা পাম আৰু চৰকাৰ গঠন কৰিমঃ ৰিপুণ বৰা
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ আত্মবিশ্বাসী ৰিপুণ বৰা। চতিয়াত অনুষ্ঠিত হোৱা এখন জনসভাত APCCৰ সভাপতি ৰিপুণ বৰাই কয় যে বিধানসভা নিৰ্বাচনত আমাৰ মিছন-৮০ সফল হ'বই। আমি ৮০খন আসন নাপালেও একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ…