ফিল্মফেয়াৰলৈ কোন কোন তাৰকা আহিব?
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰ এৱাৰ্ডলৈ মাজত মাথোঁ এটা দিন। ১৫ ফেব্ৰুৱাৰীৰ বিয়লি তাৰকাৰে উজ্বলি উঠিব সৰুসজাই ষ্টেডিয়াম। এই অনুষ্ঠানত উপস্থিত থাকিব অক্ষয় কুমাৰ, মাধুৰী দিক্ষীত, ৰণবীৰ সিং, কৰণ জোহৰ, বিকি কৌশল, বৰুণ ধাৱন, আয়ুস্মান…