নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ জিএমচিএইচত চিকিৎসাধীন চীনৰ পৰা উভতি অহা ছাত্রী

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক'ৰোনা ভাইৰাছৰ আতংক এইবাৰ দেখা দিছে গুৱাহাটী মহানগৰীত । কিছুদিন পূৰ্বে দেহত এই ভাইৰাছ দেখা দিয়াৰ সন্দেহত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈঠিল মৰিগাঁৱৰ এজন যুৱক ।…

৪ মার্চত বিধানসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্রী ড০ শর্মাই

নিয়মীয়া বাৰ্তা ১৪ ফেব্রুৱাৰীঃ অহা ২ মার্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন৷ অহা ৪ মার্চত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনত ২০২০–২১ বর্ষৰ বাবে বাজেট দাখিল কৰিব৷ বাজেট দাখিলৰ পিছত অহা ৫ আৰু ৬ মার্চত বাজেটৰ ওপৰত আলোচনা চলিব৷…

১৬ ফেব্রুৱাৰীত কলকাতাত অসম ভৱন উদ্বোধন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ গড়কাপ্টানী বিভাগে নির্মাণ সম্পূর্ণ কৰা কলকাতাৰ ছল্টলেকস্থিত অসম ভৱনটো ১৬ ফেব্রুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব৷ ২০.৬৫ কোটি টকা ব্যয়সাপেক্ষে নির্ধাৰিত সময়ৰ ভিতৰত এই…

ট্রাম্পৰ প্রস্তাৱিত ভাৰত ভ্রমণ

আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ প্রস্তাৱিত ভাৰত ভ্রমণক লৈ বিশ্ববাসীৰ নজৰ পৰিছে দুই বৃহৎ গণতন্ত্র আখ্যা পোৱা দেশ দুখনৰ ওপৰত৷ আগন্তুক ২৪ ফেব্রুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতত উপস্থিত হ’ব৷ সপত্নীক…

নগাঁৱত মুখ্যমন্ত্রীৰ মহিলা ক্রীড়া প্রতিযোগিতা সম্পন্ন

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রীৰ মহিলা ক্রীড়া প্রতিযোগিতাৰ বৃহস্পতিবাৰে নগাঁও জিলা ভিত্তিক এথলেটিকছ ইভেণ্টটো নগাঁৱৰ ৰত্নকান্ত হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয়৷ জিলাখনৰ শতাধিক মহিলা প্রতিযোগীয়ে অংশ লোৱা ইভেণ্টটোৰ ১০০ মিটাৰত লাকী…

আজাৰা থানাৰ আৰক্ষী বিষয়াক সম্বর্ধনা

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ আজাৰা থানাৰ বিদায়ী আৰু নৱনিযুক্ত ভাৰপ্রাপ্ত বিষয়া ক্রমে অশোক কুমাৰ দত্ত আৰু প্রদীপ কলিতাক কালি নিশা থানা চৌহদত ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱা হয়৷ এই উপলক্ষে অনুষ্ঠিত সভাত পৌৰোহিত্য কৰে আজাৰা থানাৰ নাগৰিক…

নর্থ ইষ্টৰ সন্মুখত আজি ওড়িশা

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ ইতিমধ্যে প্লে অফৰ দৌৰৰ পৰা আঁতৰি অহা নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ আজি ভুবনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত হ’ব লগা মেচখনত ঘৰুৱা দল ওড়িশা এফ চিৰে মুখামুখি হ’ব৷ ১৫ খন মেচ খেলি ১৩…

পথ সুৰক্ষা বিশ্ব ছিৰিজ টি–২০ঃ ৭ মার্চত ৱাংখেড়ে ষ্টেডিয়ামত শচীন–লাৰাৰ মুখামুখি

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ বিশ্ব ক্রিকেটৰ দুই মহাৰথী ভাৰতৰ শচীন তেণ্ডুলকাৰ আৰু ৱেষ্ট ইণ্ডিজৰ ব্রায়ান লাৰা পুনৰ এবাৰ খেলপথাৰত সমুখ সমৰত নামিব৷ খেলি থকা সময়ত দর্শনীয় বেটিঙেৰে বিশ্বৰ চুকে–কোণে অজস্র ক্রিকেটপ্রেমীৰ হূদয় জয় কৰা কিংবদন্তি…

নাৰেংগী কন্যা মহাবিদ্যালয়ৰ বার্ষিক সমাৰোহত সাংস্কৃতিক শোভাযাত্রা

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ জু–নাৰেংগীস্থিত কন্যা মহাবিদ্যালয়ৰ ৪৪সংখ্যক মহাবিদ্যালয় সপ্তাহ উপলক্ষে বৃহস্পতিবাৰে এক বর্ণাঢ়্য সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়৷ মহাবিদ্যালয়ৰ ছাত্র–ছাত্রী, শিক্ষক–শিক্ষয়িত্রীস অংশগ্রহণেৰে উলিওৱা সাংস্কৃতিক…

এদিনীয়াৰ ব্যর্থতা পাহৰি টেষ্ট শৃংখলালৈ সাজু টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ অপ্রত্যাশিত ব্যর্থতা পাহৰি টীম ইণ্ডিয়া এতিয়া সাজু হৈছে দুখন মেচৰ টেষ্ট শৃংখলালৈ৷ আজিৰে পৰা দলটোৱে হেমিল্টনত নিউজিলেণ্ড একাদশৰ বিৰুদ্ধে খেলিব তিনিদিনীয়া প্রস্তুতি মেচ৷ এই…