নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ দুলুং বনাঞ্চলত অৰুণাচলীৰ গির্জা নির্মাণ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলা বন সংমণ্ডলৰ অধীনত পথালিপাম বন খণ্ডৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী দুলুং সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসনক লৈ তীব্ৰ উত্তেজনা সৃষ্টি হৈছে । উল্লেখ্য যে সংৰক্ষিত বনাঞ্চলৰ ৰূপত ৰাজগড়ত…

‘আমি মাথোঁ জীয়াই থকাৰ বাবে জীয়াই থাকিলে নহ’ব, আনৰ কথাও ভাবি লাগিব’

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ তীব্র যন্ত্রণা আৰু অৱহেলাৰ মাজেৰে অসহনীয় জীৱন অতিবাহিত কৰা বিশেষভাৱে সক্ষম লোকক সহায় কৰি মুখৰ হাঁহি ঘূৰাই অনাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহা কৰুণাধাৰা ন্যাসৰ বৃহস্পতিবাৰে দশম প্রতিষ্ঠা দিৱস উদ্যাপন কৰা হয়৷…

প্রধানমন্ত্রীৰ সুৰক্ষাত দৈনিক ব্যয় ১.৬২ কোটি টকা

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা দেশৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ নামত ব্যয় কিমান হ'ব পাৰে ? তাক লৈ জনসাধাৰণৰ মনত উৎসুকতা স্বাভাৱিক কথা । অকল সাধাৰণ নাগৰিকেই নহয়, জনপ্ৰতিনিধিসকলেও প্রধানমন্ত্রীৰ নিৰাপত্তাৰ বাবে…

ক’ৰোনা ভাইৰাছৰ নতুন নাম ‘ক’ভিড–১৯’

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ চীনৰ হুবেই প্রদেশৰ য়ুহান চহৰৰ পৰা বিশ্বৰ বিভিন্ন দেশলৈ বিস্তাৰ ঘটা ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১১১৪গৰাকীলৈ বৃদ্ধি পাইছে৷ কালি মাজনিশালৈকে এই তথ্য সদৰী কৰিছে বেইজিং প্রশাসনে৷ কালিৰ দিনটোত…

নাৰিকল–বৰষুণৰ পানীৰে সমুদ্রত ৩২ দিন জীৱন ৰক্ষা

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ প্রশান্ত মহাসাগৰত ওপঙি থকা কাঠৰ নাও এখনত সুদীর্ঘ ৩২ দিন ধৰি পাপুৱা নিউগিনিৰ চাৰিজন লোক নাৰিকল আৰু বৰষুণৰ পানী খাই জীয়াই থকা ঘটনাৰ এটা সংবাদে চাঞ্চল্যৰ সৃষ্টি কৰিছে ছ’ল’মান দ্বীপপুঞ্জত৷ পাপুৱা নিউগিনিত…

ভেন গ’গৰ বিখ্যাত ছবিৰ নিলামৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ প্রখ্যাত চিত্রকৰ ভেন গ’গৰ ১৯৬০ৰ দশকতে মাত্র ৪ পাউণ্ডত বিক্রী হোৱা ছবি এখন নিলামৰ বাবে সাজু কৰা হৈছে৷ এই ছবিখনৰ নিলাম মূল্য ধার্য কৰা হৈছে ১৩ নিযুত ডলাৰ৷ উল্লেখনীয় যে ১৮৮৫ চনত এই ছবিখন অংকন কৰিছিল চিত্রকৰ…

পাণ্ডুত তীৰ–জুৱা–সুৰাৰ আড্ডা

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ জালুকবাৰী আৰক্ষী থানাৰ অন্তর্গত পাণ্ডু ৬নং কলনীকে ধৰি বিভিন্ন অঞ্চলত দিনে–নিশাই চলি থকা মদ, তীৰ আৰু জুৱাৰ আড্ডাই সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ পিছতো আৰক্ষী আৰু আবকাৰী বিভাগে ব্যৱস্থা গ্রহণ নকৰা কার্যই ৰাইজৰ মাজত…

দিল্লীৰ বিমানবন্দৰত খাদ্যৰ টোপোলাত ৪৫ লাখৰ বিদেশী মুদ্রাসহ গ্রেপ্তাৰ ১

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ নিশ্ছিদ্র নিৰাপত্তাৰ মাজতে বিমানযাত্রীয়ে খাদ্য সামগ্রীৰ টোপোলাত ৪৫ লাখ টকা মূল্যৰ বিদেশী মুদ্রা গোপনে কঢ়িয়াই অনা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে দিল্লীত৷ দেশৰ ৰাজধানী মহানগৰখনৰ ইন্দিৰা গান্ধী আন্তর্জাতিক…

হাফিজক ৫ বছৰ ছমাহ কাৰাদণ্ড পাক আদালতৰ

নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ মুম্বাইৰ শিহৰণকাৰী সন্ত্রাসবাদী আক্রমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ–ই–তৈবা (এলইটি)ৰ প্রতিষ্ঠাতা হাফিজ ছয়ীদৰ বিৰুদ্ধে পাকিস্তানৰ এখন সন্ত্রাসবাদ প্রতিৰোধী আদালতে কালি ৫ বছৰ ৬ মাহৰ কাৰাদণ্ডৰ ৰায় ঘোষণা কৰিছে৷…

আদাবাৰীত আৱর্জনা পেলাই পুতিছে পানী পৰিবাহী নলা

নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ মহানগৰীৰ আদাবাৰী তিনিআলিৰ পৰা আনন্দনগৰ হৈ পাণ্ডুৱেদি ব্রহ্মপুত্রলৈ বৈ থকা পৰিবাহী বৃহৎ নলাটো জাবৰ–আৱর্জনাই পুতি পেলোৱাৰ উপক্রম কৰিছে৷ উল্লেখ্য যে বৃহত্তৰ পাণ্ডু অঞ্চলৰ বর্জিত পানীভাগ এই নলাটোৰে ওলাই…