বয়স- ১১২ বছৰ ৩৪৪ দিন: জাপানৰ চিতেন্সু বতনাৱে গঢ়িলে সকলোতকৈ বয়সীয়া জীৱিত ব্যক্তিৰ অভিলেখ
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ শেহতীয়াকৈ গিনীজ ৱৰ্ল্ড ৰেকৰ্ডে বিশ্বৰ সকলোতকৈ বয়সীয়া জীৱিত ব্যক্তিগৰাকীৰ নাম প্ৰকাশ কৰিছে । তেওঁৰ নাম চিতেন্সু বতনাৱে । জাপানৰ এইগৰাকী বয়সীয়া জীৱিত ব্যক্তিৰ বৰ্তমান বয়স হৈছে ১১২ বছৰ ৩৪৪ দিন ।
উল্লেখ্য যে…