ভাৰত–পাক দ্বিপাক্ষিক শৃংখলা অসম্ভৱ
নিয়মীয়া বাৰ্তা, ১৩ ফেব্ৰুৱাৰীঃ সীমান্তত উত্তেজনা অব্যাহত থকাপর্যন্ত ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক ক্রিকেট শৃংখলা অনুষ্ঠিত হোৱা উচিত নহয়৷ এই মন্তব্য আগবঢ়াইছে ভাৰতৰ প্রাক্তন ক্রিকেটাৰ চেতন চৌহানে৷ নতুন দিল্লীত তেওঁ আজি কয় যে সাম্প্রতিক…