নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ বিশ্বৰ বাবে অত্যন্ত গুৰুতৰ সংকট

নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰা নভেল ক’ৰোনা ভাইৰাছক লৈ অত্যন্ত উদ্বিগ্ণ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হু৷ মঙলবাৰে এই ভাইৰাছৰ সংক্রমণ সন্দর্ভত সকীয়নি প্রদান কৰি স্বাস্থ্য সংস্থাই কয় যে ক’ৰোনা ভাইৰাছ বিশ্বৰ বাবে…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ ব্যৱসায়–বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব৷ সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব৷ বিদ্যাত জটিলতা আছে৷ সৰু–সুৰা ভ্রমণ আছে৷ শুভ ৰং বগা, শুভ সংখ্যা ৩৷ বৃষঃ এই সময়ছোৱাত লেনদেনৰ কামত জড়িত নথকাই ভাল৷ কর্মচাৰীসকলৰ বাবে দিনটো শুভ৷ বিদ্যাত মনোযোগ…

২০২১ টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ! কাৰণটো ক’লে ৰঞ্জিত…

নিয়মীমা বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ২০২১ ত টিকট নাপাব পাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে । মন্ত্ৰী হিচাপে নহয়, বিধায়ক হিচাপেহে হ'ব মূল্যাংকন । সমষ্টি ভিত্তিত মূল্যাংকন হ'ব…

আহোমসকল খিলঞ্জীয়া নহয়, মিঞা মুছলমানসকলহে খিলঞ্জীয়া !

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ "আহোমসকল খিলঞ্জীয়া নহয়, মিঞা মুছলমানসকলহে খিলঞ্জীয়া । আহোমসকল আহিছিল বিদেশৰ পৰা আৰু বাংলাদেশ তথা ম্যানমাৰৰ পৰাহে আহিছিল মুছলমানসকল ।" মঙলবাৰে ধিং সমষ্টিৰ এখন প্ৰতিবাদী সভাত অংশ লৈ এই বিতৰ্কিত মন্তব্য…

দিল্লীত কেজৰিৱালৰ হেটট্ৰিক সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ?

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত প্ৰায় নিশ্চিত হৈ পৰিছে যে পুনৰ বাৰ ৰাজধানীত কেজৰিৱালেই একক সংখ্যা গৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিব । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।…

সাৱধান! প্ৰৱঞ্চনাৰ জালত ভৰি নিদিব

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আপোনাৰ সৰলতাৰ সুযোগ ল'ব পাৰে প্ৰবঞ্চকে। গোলাঘাটৰ দেৰগাঁৱত আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক। দীৰ্ঘদিনে জালনোট ব্যৱসায়ৰ লগত জড়িত দুই প্ৰৱঞ্চকক নিশা গ্ৰেপ্তাৰ কৰে দেৰগাঁও আৰক্ষীয়ে। ইছলামনগৰস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে…

‘আপ’ৰ কাৰ্যালয়ত কেজৰিৱালে পাটিলে পত্নী সুনীতাৰ জন্মদিন

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ এফালে নিৰ্বাচনী ফলাফল আৰু আনফালে পত্নীৰ উপজাদিন । যাৰ বাবে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ মাজতেই মঙলবাৰে আম আদমী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অৰবিন্দ কেজৰিৱালে পত্নী সুনীতা কেজৰিৱালৰ জন্মদিন উদযাপন কৰে । এই…

কে এল ৰাহুলৰ শতকৰ স্বত্বেও হোৱাইট ৱাছৰ পৰা ৰক্ষা নপৰিল টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ আইচিচি বিশ্বকাপৰ পাছত বিজয় ৰথত উঠি থকা টীম ইণ্ডিয়াৰ বাট ভেটিলে নিউজিলেণ্ডে । টি-২০ শৃংখলাত নিউজিলেণ্ডক হোৱাইটৱাছ কৰাৰ পাছত এদিনীয়া শৃংখলাটোত আজি ঘৰুৱা দল নিউজিলেণ্ডৰ হাতত হোৱাইটৱাছ হ'ল টীম ইণ্ডিয়া । মাউণ্ট…

দিল্লীবাসীয়ে মোদীক প্ৰধানমন্ত্ৰী আৰু কেজৰিৱালক মুখ্যমন্ত্ৰী ৰূপে বিচাৰেঃ ৰঞ্জিৎ দাস

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ দিল্লীৰ নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসৰ মন্তব্য। সাংবাদিকৰে হোৱা এক মুখামুখি অনুষ্ঠানত ৰঞ্জিৎ দাসে কয় যে দিল্লীৰ নিৰ্বাচনৰ সময়ত মই এসপ্তাহৰ বাবে দিল্লীত আছিলো আৰু আজি যিসকল লোকে আপক ভোটদান…

শ্ৰীশ্ৰী ভৃগুগিৰি মহাৰাজে অসমীয়ালৈ অনুবাদ কৰা ‘অথৰ্ব বেদ’ উন্মোচন ড০ হিমন্ত বিশ্ব…

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৰসিংহ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰী শ্ৰী মৃত্যুঞ্জয় মন্দিৰ প্ৰাঙ্গণ ত বৈদিক ৰিচাৰ্ছ এণ্ড গ্লৱেল ষ্টাডি চেন্টাৰৰ উদ্যোগত ভৃগুগিৰী ভাষা ভাষ্য সহিত অৰ্থব ৱেদৰ অসমীয়াৰ অনুবাদ…