নন্–পাৰফর্মিং বিধায়কে নাপায় প্রার্থিত্ব
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ চৰকাৰবিৰোধী আন্দোলনৰ মাজতে ২০২১ চনৰ বিধানসভা নির্বাচনলৈ সাজু হৈছে বিজেপি ৷ শাসকীয় দলটোৰ এইবাৰ লক্ষ্য ১০০খন আসন ৷ এই লক্ষ্য আগত ৰাখিয়েই আগন্তুক নির্বাচনত প্রার্থিত্ব প্রদানৰ ক্ষেত্রত ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে…