ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত কেইজনো লোক
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত কেইজনো লোক।বঙাইগাঁৱৰ কীৰ্তনপাৰাত বাইক দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক নিহত লোকদুজন ক্ৰমে গংগা মণ্ডল আৰু বুদ্ধ আৰ্য্য। আনহাতে দুৰ্ঘটনাত মৃত্যুঞ্জয় মণ্ডল নামৰ আন এজন…