নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ বিলুপ্ত জনগোষ্ঠী

জোনাকী কুর্মী জাৰাৱাসকল হ’ল অস্তিত্বৰ সংকটত ভোগা আন্দামানৰ এটা লুপ্তপ্রায় জনগোষ্ঠী৷ শেহতীয়া জৰীপ মতে, আন্দামানত ২৪০জন জাৰাৱা জনগোষ্ঠীৰ মানুহ আছে৷ সভ্য সমাজৰ সংস্পর্শৰ পৰা আঁতৰি থকা হেতুকে জাৰাৱাসকলৰ সমাজ–সংস্কৃতিৰ বিষয়ে খুব কমেইহে…

ডিঝ’ জংগো–কাংয়াছেটৰ শিখৰত

উপেন চক্ৰৱৰ্তী ২০১৫ চনত নেপালৰ প্রলয়ংকৰী ভূমিকম্পত আমাৰ এভাৰেষ্ট আৰোহণৰ সপোন বিধ্বস্ত হৈ গৈছিল৷ কিন্তু ই আমাৰ উৎসাহ ম্লান কৰিব পৰা নাছিল৷ বেছকেম্পত প্রকৃতিৰ তাণ্ডৱৰ ভয়াৱহ ৰূপ দেখাৰ পিছতো ৰৈ আছিলোঁ নেপাল চৰকাৰে কিজানি যোৱাৰ অনুমতি…

পৰাজয়ক লৈ উদ্বিগ্ন নহয় কোহলি

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ টেষ্ট আৰু টি–২০ ক্রিকেটৰ দৰে চলিত বর্ষত এদিনীয়া ক্রিকেটৰ বিশেষ প্রাসংগিকতা নাই ৷ নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা হেৰুওৱাৰ পিছত এই মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ৷ শৃংখলাত ক্রমাগত দ্বিতীয়টো…

সন্মুখত বাংলাদেশঃ পঞ্চমটো খিতাপৰ লক্ষ্য ভাৰতৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতে আই চি চি ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপত পঞ্চমটো খিতাপ জয়ৰ লক্ষ্যৰে আজি ফাইনেল খেলিব ৷ ফাইনেলত প্রিয়ম গার্গ নেতৃত্বাধীন দলটোৰ প্রতিদ্বন্দ্বী হ’ব বাংলাদেশ ৷ প্রথমবাৰৰ বাবে ১৯ বছৰ অনূর্ধ্ব…

আজি এক অভাৰৰ বাবে খেলপথাৰত নামিব তেণ্ডুলকাৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰক দেওবাৰে পুনৰ খেলপথাৰত দেখিবলৈ পোৱা যাব ৷ অষ্ট্রেলিয়াৰ তাৰকা মহিলা অলৰাউণ্ডাৰ এলিছ পেৰীৰ বিৰুদ্ধে তেওঁ আজি মেলব’নৰ জংছন অভেলত এক অভাৰ বেটিং কৰিব ৷ ২০১৯ৰ বর্ষশ্রেষ্ঠ মহিলা…

অভিনেত্রী অমৃতা গগৈক YMOC ৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্তি

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ ইকডাছ টেকনল’জিছ প্রাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত খাদ্য বিতৰণৰ এপ ৱাই এম অ’চিৰ বাণিজ্যিক দূতৰ (ব্রেণ্ড এম্বেছাদৰ) দায়িত্ব শনিবাৰে গ্রহণ কৰে জনপ্রিয় অভিনেত্রী অমৃতা গগৈয়ে ৷ গণেশগুৰিৰ কাহিলিপাৰা পথত আশী গ্রেণ্ডত…

১৮ বছৰৰ মূৰত গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ সুদীর্ঘ ১৮ বছৰ পাছত গুৱাহাটী প্রেছ ক্লাবৰ নির্বাচন অনুষ্ঠিত হ’ব ৷ অহা মার্চ মাহৰ মাজভাগত এই নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ শনিবাৰে গুৱাহাটী প্রেছ ক্লাবৰ ৭৬গৰাকী সদস্যৰ স্বাক্ষৰসম্বলিত এখন…

দীনতাই কোঙা কৰিছে গোৱৰাদলৰ শিল্পীক

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ বাৰেৰহণীয়া অসমীয়া সংস্কৃতিৰ এচাম লোকশিল্পীয়ে আজিও চৰকাৰীভাৱে কোনো ধৰণৰ স্বীকৃতি পাবলৈ সক্ষম ন’হল৷ যিসকলৰ ত্যাগ সমাজেও স্বীকাৰ কৰিবলৈ আজি পাহৰি গৈছে৷ সেইসকলৰ ভিতৰত নলবাৰী জিলাৰ এচাম শিল্পীয়ে নিজৰ আপুৰুগীয়া…

বিদেশৰ এখন অসমীয়া পঢ়াশালি আৰু মোৰ শৈশৱৰ সোঁৱৰণী

দীপালী দত্তবৰদলৈ সেইদিনা ৭ ডিচেম্বৰ, শনিবাৰ ২০১৯ চনৰ বিয়লি চাৰি বাজিছিল৷ মোৰ চকুৰ আগত ভাহি উঠিছিল উত্তৰ লখিমপুৰৰ গৰেহগা মাইবলীয়া গাঁৱৰ আমাৰ পঢ়াশালিখন৷ এটা দীঘলীয়া ঘৰ, য’ত শ্রেণীকোঠালিবোৰৰ মাজত বেৰ নাছিল৷ আমি বহিছিলোঁ ডাঙৰ দীঘলীয়া…

জ্যোতিদাসৰ ৰন্ধন কলা

হোমেন বৰগোহাঞি Without hesitation I can tell you this book is unique : the best of its kind and one that will be difficult to match for years to come. – ভিক্টৰ বেনার্জী কেইবাবছৰৰ আগৰ কথা৷ কিবা এখন সভাত যোগ দিবলৈ নগাঁৱলৈ যাওঁতে…