নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজ্ঞাপন প্ৰকাশৰ পাছতো নিযুক্তি নহল ১৬৭ টা পদত

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ দীঘলীয়া শিক্ষা জীৱনৰ পৰিসমাপ্তিৰ পাছত লাখ লাখ যুৱক-যুৱতীৰ এক মাত্ৰ সপোনটোৱেই হল এটা সুনিশ্চিত কৰ্মসংস্থাপন। সেই লক্ষ্যৰেই চৰকাৰী চাকৰি এটা পাবৰ বাবে কৰে কঠোৰ পৰিশ্ৰম। বহু দিনৰ প্ৰতীক্ষাৰ অন্তত চৰকাৰী চাকৰিৰ…

ঘনিষ্ঠ মহিলাৰ নামতো বেংকত এক কোটি টকাৰ ফিক্সড ডিপ’জিট

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বনজ সম্পদ ধব্বংস কৰি কোটি কোটি টকা আহৰণ কৰা পি চি চি এফ অভিজিত ৰাভাৰ দুৰ্নীতিয়ে চকু কপালত তুলিছে তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাক। বিগত দীৰ্ঘসময় ধৰি কাৰ্বি আংলং জিলাত খোপনি পুতি থকা এইজন বন বিষয়াৰ বাসগৃহ…

চাকৰি সংৰক্ষণত বাধ্য নহয় ৰাজ্য চৰকাৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ চৰকাৰী চাকৰিৰ নিযুক্তি-পদোন্নতিত সংৰক্ষণ বিষয়টোক লৈ দীৰ্ঘদিন ধৰি প্ৰশ্ন উত্থাপিত হৈ আহিছে। আনকি বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়াও পাইছিলগৈ। শেহতীয়াকৈ এই গোচৰৰ ৰায়দান শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এক…

অসমৰ ২০০খন সত্রত এতিয়া সন্দেহযুক্ত নাগৰিকৰ দপদপনি

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ অসমৰ নশখন সত্রৰ ভিতৰত দুশখন সত্রতে এতিয়া সন্দেহজনক নাগৰিকৰ দপদপনি চলিছে৷ সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্রত চৰকাৰ অধিক কঠোৰ হোৱা উচিত৷ যদিহে চৰকাৰে এইক্ষেত্রত কঠোৰ কার্যব্যৱস্থা গ্রহণ নকৰে, তেনেসমূহ সত্রৰ ভূমি…

এহাজাৰ পুৰোহিততকৈ এজন ভাল শিক্ষকৰ মূল্য বেছিঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ ‘মাতৃৰ হূদয়খন শিশুসকলৰ বাবে শ্রেণীকোঠা৷ মাতৃসকল নিজৰ সন্তানৰ হ’ব লাগিব প্রাথমিক পর্যায়ৰ শিক্ষয়িত্রী৷ মাতৃসকলে নিজৰ ঘৰখনতে ল’ৰা–ছোৱালীক সাধাৰণ শিক্ষা দিয়াৰ উপৰি ব্যৱহাৰিক শিক্ষা দিব লাগিব৷ যি শিক্ষাই অনাগত দিনত…

মহাপ্রলয়ৰ আগজাননী

মানৱ সভ্যতালৈ গভীৰ সংকট কঢ়িয়াই অনা গোলকীয় উষ্ণতা ৰোধৰ লক্ষ্যৰে ইতিমধ্যে বিশ্বসমুদায় ঐক্যবদ্ধ হৈছে৷ গঢ়ি তুলিছে ব্যাপক সজাগতা অভিযান৷ কিন্তু ইয়াৰ পাছতো মাত্রাধিক হাৰত গ্রীন হাউছ গেছৰ নির্গমনে বায়ুমণ্ডল বিষাক্ত কৰি তুলিছে৷ অকল বায়ুমণ্ডল…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷ বৃষঃ কর্মস্থানত নিজৰ দায়িত্ব পালন কৰক৷ দার্শনিক চিন্তাই কিছু উদ্বুদ্ধ কৰিব৷…

গহপুৰত ভয়ংকৰ অগ্নিকাণ্ড, ভস্মীভূত ৩টাকৈ বাসগৃহ

নিয়মীয়া বাৰ্তা, ৯ফেব্ৰুৱাৰীঃ ৰাজ্যত পুনৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। গহপুৰৰ ৰাওনামুখত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। খগেন কুটুম নামৰ এজন লোকৰ বাসগৃহত জুই। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে ৰাইজে। আনহাতে…

সৃজনগ্ৰাম ট্ৰফী ক্ৰিকেট

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ইউনাইটেড হাইস্কুলৰ খেলপথাৰত চলি থকা সৃজনগ্ৰাম ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ শনিবাৰৰ খেলখন ৰাইজিং ষ্টাৰ গুনিয়ালগুৰি আৰু ১১ ষ্টাৰ ডুমুৰীয়াৰ মাজত অনুষ্ঠিত হয়। খেলখনত ১১ ষ্টাৰ ডুমুৰীয়াই প্ৰথমে…

পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ‘ভিলেজ ৰকষ্টাৰ্ছ’

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যবাসীলৈ এক সুখবৰ। সপ্তম শ্ৰেণীৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ল ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি ভিলেজ ৰকষ্টাৰ্ছৰ কথা। এতিয়াৰ পৰা অসমৰ শিক্ষাৰ্থীয়ে সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ্যক্ৰমত পঢ়িবলৈ পাব ভিলেজ ৰকষ্টাৰ্ছৰ…