নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালালাৰ আক্রমণত জড়িত সন্ত্রাসবাদীৰ পলায়ন

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ন’বেল শান্তি বঁটা বিজয়ী পাকিস্তানী যুৱতী মালালা ইউছুফজাইৰ ওপৰত আক্রমণ চলোৱা তালিবান সন্ত্রাসবাদী এছানুল্লাহ এহছানে কাৰাগাৰৰ পৰা পলায়ন কৰিছে৷ কালি প্রকাশ পোৱা এক অডি’ত এছানুল্লাই দাবী কৰিছে যে পাকিস্তানী সেনা…

প্রতি কুইণ্টলত ১৪৩ টকাৰ পৰিৱর্তে দিয়ে ১০০.১০ টকা কমিছন

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় চৰকাৰে কৰা ঘোষণা উলংঘা কৰি ৰাজ্য চৰকাৰে অসমৰ সুলভ মূল্যৰ দোকানীসকলক আর্থিকভাৱে বঞ্চনা কৰা বুলি গুৰুতৰ অভিযোগ কৰিছে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই৷ গুৱাহাটীত এখন সংবাদ মেলত সন্থাৰ সভাপতি ধৰণীধৰ বৰা…

ক’ৰোনাৰ ছিটা উদ্ভাৱনৰ গৱেষণাত ভাৰতীয় চিকিৎসক

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ প্রতিৰোধী ছিটা উদ্ভাৱনৰ ক্ষেত্রত অষ্ট্রেলিয়াত ভাৰতীয়মূলৰ চিকিৎসক এছএছ ৱাছনৰ দলে গৱেষণা চলাই আছে৷ ভাৰতীয়মূলৰ চিকিৎসা বিজ্ঞানীগৰাকীয়ে ইতিমধ্যে ক’ৰোনা ভাইৰাছৰ বাবে ছিটা উদ্ভাৱনৰ ক্ষেত্রত বিশেষ…

চিকিৎসক ৱেনলিয়াঙৰ মৃত্যুত ক্ষোভৰ উদ্গীৰণ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণত চীনত ৬ শতাধিক লোকে প্রাণ হেৰুওৱা ঘটনাক লৈ সমগ্র দেশখনত আতংক অব্যাহত থকাৰ সময়তে ক’ৰোনা সন্দর্ভত প্রথম সতর্কবাণী কৰা ৱুহানৰ চিকিৎসক লি ৱেনলিয়াঙৰ মৃত্যু হোৱা ঘটনাই দেশখনত সৃষ্টি কৰিছে…

বর্ষাপাৰাত আই পি এলৰ মেচ আয়োজনলৈ সাজু ৰাজস্থান ৰয়েলছ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দুখনকৈ মেচ আয়োজন কৰিবলৈ সম্পূর্ণৰূপে সাজু ৰাজস্থান ৰয়েলছ৷ আই পি এলৰ মেচ দুখন…

কেৰালা চৰকাৰৰ বাজেটৰ বকলা পৃষ্ঠাত মহাত্মাৰ হত্যাৰ ছবি

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা) আৰু এন আৰ চিৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি থকা কেৰালাৰ ২০২০–২১ বিত্তীয় বর্ষটোৰ বাজেটৰ বকলা পৃষ্ঠাত সন্নিৱিষ্ট কৰা হৈছে মহাত্মা গান্ধীৰ হত্যাকাণ্ডক লৈ অংকন কৰা এখন ছবি৷ আজি ৰাজ্যখনৰ…

সৰুসজাইত ড্ৰ নৰ্থ ইষ্টৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ নর্থ ইষ্ট ইউনাইটেড এফ চিৰ ব্যর্থতা গৃহভূমিতো অন্ত নপৰিল৷ চলিত ষষ্ঠ হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ঘৰুৱা দলটোৱে গ’লশূন্য ড্র খেলে…

মানুহৰ অহংকাৰে মূৰত ধৰিলেহে সংঘ ‘ভৰিৰ তলত’ বুলি ক’ব পাৰে’ শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত ড০ হিমন্ত…

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ শ্রীমন্ত শংকৰদেৱ সংঘক লৈ কেইদিনমানৰ পৰা বিতর্ক আৰম্ভ হৈছে৷ শ্রীমন্ত শংকৰদেৱ ভৰিৰ তলৰ বুলি মন্তব্য কৰিও কোনোবা বিতর্কৰ আওতাত সোমাই পৰিছে৷ মই কওঁ শ্রীমন্ত শংকৰদেৱ অসমীয়া জাতিৰ শিৰৰ মুকুট৷ ভৰিৰ তলৰ নহয়৷ মানুহৰ…

বৰাগাঁও–গোটানগৰত অনুমতি অবিহনে অট্টালিকা নির্মাণ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ মহানগৰ জিলা প্রশাসন আৰু বন বিভাগৰ বিষয়াৰে গোপন বুজাবুজি কৰি ভূ–মাফিয়াই মহানগৰীৰ বিভিন্ন স্থানত চৰকাৰী ভূমি দখল কৰি আহিছে৷ ভূ–মাফিয়াই দখল কৰা ভূমি লাখ লাখ টকাত ক্রয় কৰি একাংশ লোকে অবৈধভাৱে নির্মাণ কৰিছে বৃহৎ…

আছু, সত্র মহাসভা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে জাতিৰ বাবে কৰিব নোৱাৰা কাম শ্রীমন্ত শংকৰদেৱ সংঘই…

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ  বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রৰ আজি তৃতীয় দিনাৰ প্রথম কার্যসূচী পৰিৱেশ নিকাকৰণ, প্রাতঃপ্রসংগ আৰু নাম–প্রসংগৰ পাছত পুৱা ৯ বজাত শ্রীমন্ত শংকৰদেৱ সংঘৰ মূল পতাকা উত্তোলন কৰে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে৷…