নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষকৰ বাবে শিকন

চাৰুলতা কলিতা  মূলঃ'Educating the Educator' JKrishnamurti ১৯৪৮ চনৰ কথা৷ জে কৃষ্ণমূর্তিয়ে ভাৰতবর্ষৰ বিভিন্ন ঠাইত এলানি বত্তৃণতামালাৰ ব্যৱস্থা কৰিছিল৷ তাৰ ভিতৰত ব’ম্বে আৰু পুনেৰ বত্তৃণতামালাই শিক্ষক আৰু অভিভাৱকৰ সভা হিচাপে স্থান…

পৰীক্ষাৰ্থীৰ বাবে টাইম মেনেজমেণ্ট

বন্তি বৰঠাকুৰ বৰুৱা  এলবার্ট আইনষ্টাইনে কৈছিল– ‘সাফল্যৰে পৰিপূর্ণ এজন মানুহ হ’বলৈ চেষ্টা কৰাতকৈ মূল্যবোধেৰে পূর্ণ এজন মানুহ হ’বলৈ চেষ্টা কৰা৷’ এটা অভিযোগ প্রায়েই শুনা যায়– ছাত্র বা ছাত্রীগৰাকীয়ে পৰীক্ষাৰ বাবে ইমান ভালকৈ পঢ়া–শুনা…

কাৰ আতংকত গুজৰাটৰ আহমেদাবাদ বিমান বন্দৰত নিয়োগ কৰা হৈছে ভালুক

নিয়মীয়া বাৰ্তা ৭ ফেব্ৰুৱাৰীঃ গুজৰাটৰ আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এতিয়া বান্দৰৰ আতংক। দৰাচলতে আহমেদাবাদ বিমান বন্দৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছ থকাৰ বাবে বান্দৰ দেখাটো এতিয়া সাধাৰণ দৃশ্য হৈ পৰিছে। বান্দৰৰ বাবে আহমেদাবাদ বিমান বন্দৰ…

বাক্সাত সৰ্বশিক্ষাৰ অধীনত নীতি আয়োগ-পিৰামল ফাউণ্ডেশ্বনৰ তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ সৰ্বশিক্ষা অভিযানৰ অধীনত, নীতি আয়োগৰ উদ্যোগত আৰু পিৰামল ফাউণ্ডেশ্বনৰ সহযোগত  তামুলপুৰ, বাস্কা, টিহু বৰমা আৰু জালাহত ৪ ফেব্ৰুৱাৰীৰ পৰা ৬ ফেব্ৰুৱাৰীলৈকে শিক্ষকৰ এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । এই…

কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ ভাষণৰ সবিশেষ

বড়ো ভাষাতে ৰাইজক সম্ভাষণ মোডীৰ। লগতে বড়ো বস্ত্ৰ আৰ্ণাই আৰু দখানাৰ ৰঙৰ কথাও উল্লেখ মোডীৰ। বিশাল জনসমাগম দেখি আপ্লুত প্ৰধান মন্ত্ৰী মোডী সুখী। উপেন্দ্ৰ নাথ ব্ৰহ্ম, ৰূপনাথ ব্ৰহ্মক সোঁৱৰণ। ইমান ডাঙৰ জনসমাগম কেতিয়াও দেখা…

ভগত সিঙৰ দৰে হ’বলৈ গৈ মৃত্যু হ’ল কিশোৰৰ…

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মধ্য প্ৰদেশৰ মন্দছোৰত সংঘটিত হ'ল এক কৰুণ ঘটনা । এজন ১২ বছৰীয়া কিশোৰে ভগত সিঙৰ দৰে ফাঁচী কাঠত উলমাৰ নাটক কৰি থকা অৱস্থাতে ফাঁচ লাগি মৃত্যুক সাৱতি লয় । ঘটনা অনুসৰি, কিশোৰজনে ভগত সিং নাটকৰ এটা ভিডিঅ' চাইছিল আৰু…

নাম নোলোৱাকৈ ৰাহুল গান্ধীক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ বড়ো চুক্তিৰ পাছত শুকুৰবাৰে কোকৰাঝাৰৰ চহৰৰ সমীপৰ বিশাল জাংখ্ৰিথাই পথাৰত অনুষ্ঠিত হোৱা জনসভাত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাম নোলোৱাকৈ ৰাহুল গান্ধীক সমালোচনা কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে…

অভিলেখ সৃষ্টি কৰি ১১ মাহৰ অন্তত পৃথিৱী পালেহি ক্ৰিষ্টিনা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ প্ৰথম মহিলা মহাকাশচাৰী দলক প্ৰতিনিধিত্ব কৰা আমেৰিকাৰ মহাকাশচাৰী ক্ৰিষ্টিনা কোচ (Christina Koch) বৃহস্পতিবাৰে কাজাকিস্তানত উপস্থিত হয়হি । উত্তৰ কাৰোলিনাত জন্মলাভ কৰা ক্ৰিষ্টিনাই ২০১৩ চনত নাছাৰ মহাকাশচাৰী দলত…

আলফা(স্বাঃ)ক আলোচনালৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ উত্তৰ-পূৱত স্থায়ী শান্তি উভতাই আনি উত্তৰ-পূৱক এক অগ্ৰণী ভূমিকা দিবলৈ প্ৰধানমন্ত্ৰীয়ে আপ্ৰাণ চেষ্টা কৰি আহিছে। উপেন্দ্ৰ নাথ ব্ৰহ্মই দাবী কৰা বড়োলেণ্ড চুক্তিৰ এক সফল সমাপ্তি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সফল…

আজিৰ দিনটোতেই অনিল কুম্বলেই দখল কৰিছিল ১০টা উইকেট

নিয়মীয়া বাৰ্তা ৭ ফেব্ৰুৱাৰীঃ ক্ৰিকেট ইতিহাসত আজি দিনটো স্মৰণীয়। ভাৰতৰ কিংবদন্তী বলাৰ অনিল কুম্বলেই ২১ বৰ্ষৰ আগতে আজিৰ দিনটোই অৰ্থাৎ ৭ ফেব্ৰুৱাৰী ১৯৯৯ চনত দিল্লীৰ ফিৰোজ স্বাহ কোটলাত পাকিস্তানৰ বিৰোধে অনুষ্ঠিত হোৱা টেষ্ট মেচত এটা ইংনিছত ১০টা…