নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী ষ্টেচনত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ গুৱাহাটী ষ্টেচনৰ ৰে’লৱে পার্কিঙত এজন লোকৰ মৃতদেহ উদ্ধাৰ ৷ ৰে’লৱে পার্কিঙত কম্বল লৈ শুই থকা লোকজনক পার্কিঙৰ কর্মচাৰীয়ে কেইবাবাৰো মাত দি সঁহাৰি নোপোৱাত আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত পানবজাৰ আৰক্ষী উপস্থিত হৈ মৃত…

ভঙাগড়ত দুই প্রৱঞ্চকক আৰক্ষীক গতালে চিকিৎসকে

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্যৰ একাংশ ভুৱা প্রতিষ্ঠানে বিভিন্ন কৌশলেৰে মহানগৰবাসীক প্রতাৰণা কৰাৰ অভিযোগ সততে উত্থাপন হৈ অহাৰ সময়তে এইবাৰ কলকাতাৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ প্রতাৰণাৰ বলি হৈছে ৰাজ্যৰ কেইবাগৰাকী চিকিৎসক৷ শিশু শ্রমিককে…

হংস বাহনেৰে ভাগৱত যাত্রা, হৰিনামেৰে মুখৰ সমন্বয় ক্ষেত্ৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ হৰিনামে ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি- শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ কমাৰাগাঁও অধিৱেশনৰ তৃতীয় দিনা হৰিনামৰ ধ্বনিৰে মুখৰিত হ’ল বোকাখাত কমাৰগাঁৱৰ দিহিঙীয়া–মহুৰা…

গড়চুক–কটাহবাৰী সংযোগী পথৰ দুৰৱস্থাত যাত্রীৰ দুর্ভোগ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ অদূৰদর্শিতাৰ বাবে গড়চুক–কটাহবাৰী সংযোগী এটা উপ–পথ বছৰৰ পিছত বছৰ ধৰি জৰাজীর্ণ হৈ আছে৷ গড়চুক থানাৰ কাষেৰে কটাহবাৰী সংযোগী এই পথটোৰে দৈনিক শ শ যান–বাহন চলাচল…

মহানগৰীত খাদ্যৰ নামত বৰবিহ বিক্রী

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়কে ধৰি মহানগৰীৰ অন্যান্য ঠাইৰ পদপথত বন্ধ হ’ব বিৰিয়ানী বিক্রী৷ অস্বাস্থ্যকৰ পৰিৱেশত প্রস্তুত কৰা বিৰিয়ানী বিক্রী বন্ধ কৰাৰ বাবে পদপথ ব্যৱসায়ী সন্থাই আজি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত এক প্রতিবাদী…

APSCৰ কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ তদন্ত স্থবিৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ কার্যকালত সংঘটিত কৃষি উন্নয়ন বিষয়া (এ ডি অ’) নিযুক্তি কেলেংকাৰিৰ তদন্ত প্রক্রিয়া গেঁঠেলা মৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ যোগ্যজনক বঞ্চিত কৰি বক্রপথেৰে নিজৰ পছন্দৰ প্রার্থীক নিযুক্তি…

কেন্দ্রীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ নাগিৰকত্ব সংশোধনী আইন (কা) কেৱল অসাংবিধানিক নহয়, ঐতিহাসিক অসম চুক্তিৰ পৰিপন্থী। এই যুক্তিৰে বিতৰ্কিত আইনখন বাতিল কৰাৰ লগতে অসম চুক্তি আখৰে আখৰে ৰূপায়ণৰ আবেদনেৰে ডচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আছাম ছ’চিয়েল…

ক’ৰোনা ভাইৰাছক লৈ চীনৰ ভূমিকাত সন্দেহ

মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছত আক্রান্ত ৬৩০জন লোকে এমাহৰো কম সময়ৰ ভিতৰতে প্রাণ হেৰুৱাইছে৷ ইয়াৰে চাৰি শতাধিক লোকৰ মৃত্যু হৈছে এই মাৰাত্মক ভাইৰাছৰ উৎপত্তিস্থল য়ুহানত৷ চীনৰ বাহিৰতো ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হোৱাত বিশ্ব স্বাস্থ্য…

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ দুই ধৰণৰ চিন্তাই আপোনাৰ কর্মত আহুকালৰ সৃষ্টি কৰিব৷ শৰীৰৰ প্রতি নজৰ ৰাখক৷ প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব৷ পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷ বৃষঃ কর্মৰ ওপৰত বিশ্বাস থাকিব৷ কোনো কাৰণে বিৰক্ত ভাব আহিব…

উত্তৰ গুৱাহাটী মহাবিদ্যালয়

উত্তৰ গুৱাহাটী শিক্ষিত লোকৰ ঠাই, বৌদ্ধিক প্রশস্তি ক্ষেত্র৷ এইখন ঠাইৰ পৰাই অসমৰ প্রথম স্নাতক (কলা), প্রথম অভিযান্ত্রিক স্নাতক, প্রথম চিকিৎসা বিজ্ঞানৰ স্নাতক, প্রথম আইনৰ স্নাতক, প্রথম ভাৰতীয় প্রশাসনিক সেৱাৰ বিষয়া আৰু ভাৰতীয় বৈদেশিক সেৱাৰ…