ৰিলায়েন্সৰ বিৰুদ্ধে প্রয়োগ হ’ব নিষেধাজ্ঞা
নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ হোৱাইট হাউছ প্রশাসনে ভেনিজুৱেলাৰ ৰাষ্ট্রপতি নিকোলাছ মাডুৰো চৰকাৰৰ বিৰুদ্ধে চাপ সৃষ্টি কৰাৰ লগতে ইয়াৰ সৈতে জড়িত বিদ্যুৎ তথা শক্তি কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ চিন্তা–চর্চা চলাইছে৷ ড’নাল্ড…