নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃত নৃশংসভাৱে হত্যা কৰিলে পুত্ৰই

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ নগাঁও জিলাৰ ছলাপথাৰত আজি সন্ধিয়া এজন পাষণ্ড পুত্রই নিজৰ জন্মদাত্রী মাতৃক হত্যা কৰে৷ ঘটনাৰ বিৱৰণি অনুসৰি বটদ্রৱা থানাৰ অন্তর্গত ছলাপথাৰত সন্ধিয়াৰ সংঘটিত হৈছে এই বর্বৰ অথচ সভ্য সমাজৰ বাবে কলংকৰ সঁচা কাহিনী৷…

দেশদ্রোহৰ গোচৰত অভিযুক্ত শ্বার্জিল ইমামক জিম্মাত ল’বলৈ দিল্লীত বাহৰ অসম আৰক্ষীৰ বিশেষ দলৰ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ দেশদ্রোহৰ গোচৰত অভিযুক্ত বিতর্কিত শ্বার্জিল ইমামক জিম্মাত ল’বলৈ যোৱা কেইবাদিন ধৰি দিল্লীত বাহৰ পাতি আছে অসম আৰক্ষীৰ অনুসন্ধান শাখাৰ (চি আই ডি) এটা বিশেষ দলে৷ যোৱা ২৮ জানুৱাৰীত বিহাৰৰ জাহানাবাদ জিলাৰ পৰা…

আলফা ৰক্তিমে পল্টনবজাৰ–পাণবজাৰত নিজেই সংস্থাপন কৰিছিল বোমা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত মঙলবাৰে দুটাকৈ আইইডি উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰা চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । আৰক্ষীয়ে ইতিমধ্যে সমগ্র ঘটনাৰ লগত জড়িত আলফাৰ দুর্ধর্ষ সদস্য ৰক্তিম…

পাহাৰীয়া জিলাত চলিছে বিদ্রোহী সংগঠনক এখন মঞ্চত অনাৰ প্রয়াস

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ বি টি আৰ চুক্তিৰ জৰিয়তে দীর্ঘদিনীয়া বডো সমস্যা সমাধান হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰাৰ পিছৰে পৰা ৰাজ্যৰ আন আন বিদ্রোহী সংগঠনে চৰকাৰৰে অব্যাহত থকা শান্তি আলোচনা প্রক্রিয়া শীঘ্রে সমাপ্ত কৰি এক সুস্থিৰ সিদ্ধান্তলৈ…

শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি মুকলি সভাত উপস্থিত থাকিব মন্ত্রী হিমন্ত বিশ্ব শর্মা

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনখনৰ তৃতীয় দিনা আজি পুৱা নাম–প্রসংগৰ পাছতেই শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে পতাকা উত্তোলন কৰে ৷ পতাকা উত্তোলন কার্যসূচীৰ অন্তত প্রায় ১৬ কিলোমিটাৰজোৰা…

চৰকাৰীভাৱে পালন কৰা হ’ব শংকৰদেৱৰ জন্মোৎসৱ

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল বৃহস্পতিবাৰে শংকৰদেৱ সংঘৰ অধিৱেশনত উপস্থিত হৈ ভকত–বৈষ্ণৱক সেৱা জনাই প্রায় ১৭ মিনিটৰ ভাষণত মহাপুৰুষজনাৰ গুণানুকীর্তনত মুখৰ হৈ পৰে৷ তেওঁ ভাষণ প্রসংগত কয় যে অসমীয়া জাতি গঠন…

কটনৰ প্রাক্তন সম্পাদকক নিয়াৰ ৬ ঘণ্টা জেৰা

নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাক আজি নিয়াই ৬ ঘণ্টা জেৰা কৰে৷ কৃষক মুক্তি সংগ্রাম সমিতিৰ মাওবাদীৰে সম্পর্ক সন্দর্ভত ৰাষ্ট্রীয় অনুসন্ধানকাৰী সংস্থাই ৰুজু কৰা ১৩/১৯ নং গোচৰ…

জনসমুদ্রত পৰিণত কাজিৰঙা সমন্বয় ক্ষেত্র

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ জনসমুদ্রত পৰিণত হ’ল শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্র৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ মহুৰা পথাৰত অনুষ্ঠিত ৮৯ সংখ্যক অধিৱেশনৰ দ্বিতীয়…

অর্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায়

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ মহাবীৰ চিলাৰায়ৰ স্মৃতিত অসম চৰকাৰে প্ৰদান কৰি অহা বীৰ চিলাৰায় বঁটা, ২০১৯  আগবঢ়োৱা হৈছে ক্ৰীড়াবিদ, অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱালৈ । সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বঙাইগাঁও জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী…

দুটা চৰকাৰী সিদ্ধান্ত

নিয়মীয়া বাৰ্তা, ৭ ফেব্ৰুৱাৰীঃ সংসদৰ চলিত অধিৱেশনত চৰকাৰৰ তৰফৰ পৰা দুটা গুৰুত্বপূর্ণ ঘোষণা তথা সিদ্ধান্ত আগবঢ়োৱা হৈছে৷ সিদ্ধান্ত দুটাই দেশখনৰ ভাবীকালৰ ৰাজনীতিত যথেষ্ট প্রভাৱ পেলাব পাৰে৷ অকল ৰাজনীতিয়েই নহয়, সামাজিক পৰিৱেশৰ ওপৰতো ইয়াৰ…