নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰম্ভ হ’ল ফিল্মফেয়াৰৰ ডামামাঃ কোন কোন অসমীয়া শিল্পী থাকিব অনুষ্ঠানত ?

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ফিল্মফেয়াৰৰ জ্বৰত আক্ৰান্ত হৈছে গুৱাহাটী । ১৫ ফেব্ৰুৱাৰীৰ বিয়লি ৫.৩০ বজাত সৰুসজাই হেলিপেড গ্ৰাউণ্ডত আৰম্ভ হ'ব বহু প্ৰতীক্ষিত ফিল্মফেয়াৰ এৱাৰ্ড । বৃহস্পতিবাৰে অসম পৰ্যটন নিগমৰ কাৰ্যালয়ত পৰ্যটন নিগমৰ অধ্যক্ষ…

ৰক্ষকৰ ৰূপত এযোৰ হাতমোজা, কেনেকৈ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুবাৰীঃ দেখাত তেনেই এযোৰ সাধাৰণ হাতমোজা। কিন্তু এই হাতমোজাযোৰৰ আছে কিছু বিশেষ গুণ। বিপদৰ সময়ত আপোনাক সহায় কৰিব এই মোজাযোৰে। ফোন কৰা, ফটো তোলাকে ধৰি ইলেট্ৰিক শ্বক দিব পৰা ক্ষমতা আছে এই মোজাযোৰৰ। বৰ্তমান সময়ত দৈনিক…

বিজেপি ITছেলক প্ৰত্যাহ্বান জনাবলৈ আহিছে assamagainstcaa.in

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বিৰোধী সংগ্ৰাম অব্যাহত ৰখাৰ বাবে বৃহস্পতিবাৰে শিল্পীসমাজে মুকলি কৰে assamagainstcaa.in নামৰ এটা ৱেবছাইট । ফেচবুক আৰু টুইটাৰৰ জৰিয়তে এই বেৱছাইট সম্বন্ধে তথ্য লাভ কৰিব পাৰিব সকলোৱে ।…

দিল্লীৰ পিছত এইবাৰ মুম্বাইৰ হাস্পাতালত ভৰ্তি ঋষি কাপুৰ

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ বলিউদৰ প্ৰবীণ অভিনেতা ঋষি কাপুৰৰ স্বাথ্যৰ অৱনতি ঘটিছে। যোৱা কিছুদিন পূৰ্বে কাপুৰক দিল্লীৰ এখন হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু এতিয়া ভাইৰেল জ্বৰৰ বাবে কাপুৰক মুম্বাইৰ এখন হাস্পাতলত ভৰ্তি কৰোৱা হৈছে। স্পটবয়…

ৰানৱে’ৰ পৰা আঁতৰি ৩ টুকুৰা হ’ল যাত্ৰীবাহী বিমান; চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বুধবাৰে তু্ৰ্কীৰ ইস্তানবুলত অৱতৰণৰ সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বিমান । এই ভয়ংকৰ বিমান দুৰ্ঘটনাত ১ জন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ১৫৭ জন লোক গুৰুতৰভাৱে আহত হয় । উল্লেখ্য যে বুধবাৰে…

অসমলৈ কেতিয়া আহিব ছাৰ্জিল ?

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ দেশদ্ৰোহিতাৰ অভিযোগত অভিযুক্ত ছাৰ্জীল ইমামক আজি পুনৰ হাজিৰ কৰোৱা হ'ব আদালতত । তিনিদিনৰ দিল্লী আৰক্ষীৰ জিম্মা অন্ত পৰাৰ পাচতেই আজি আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিব পৰা গৈছে । দিল্লী আৰক্ষীয়ে পুনৰ ছাৰ্জিলক…

বেংক কৰ্মচাৰীক গুলীয়াই লুটি নিলে ধন

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বাইহাটা চাৰিআলিৰ কৰৰা কদমতলত গুলীচালনা ঘটনা। বেংক কৰ্মচাৰীক গুলীয়াই লুটিলে দুৰ্বৃত্তই লুটিলে ধন। গুলীবিদ্ধ কৰ্মচাৰীজনৰ নাম হেমেন গোস্বামী। লোকজনক ততালিকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে…

মুক্তি পালে বাগী-৩ ৰ ট্ৰেইলাৰ; টাইগাৰৰ এক্সনত মন্ত্ৰমুগ্ধ দৰ্শক

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ টাইগাৰ শ্ৰোফ অভিনীত এক্সন ধৰ্মী ছবি বাগী-৩ ৰ আজি ট্ৰেইলাৰ শুভমুক্তি দিয়া হয় । ছবিখনত অভিনেতা টাইগাৰক পুনৰবাৰ তীব্ৰ এক্সনত দেখা পোৱা গৈছে । ইপিনে ছবিখনৰ ট্ৰেইলাৰ চোৱাৰ পাছত এটা কথা বুজিব পৰা গৈছে যে টাইগাৰে…

অসমৰ এখন ভিতৰুৱা গাঁৱত কি কৰিছে আমেৰিকাৰ পৰ্যটকে?

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ লখিমপুৰৰ এখন ভিতৰুৱা গাঁও মধুপুৰ। এই মধুপুৰ গাঁওখন এতিয়া বিখ্যাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় চাহৰ বজাৰখনত। গাঁওখনৰে বাসিন্দা গোবিন হাজৰিকাৰ ঘৰত বিগত কেইবাদিনো ধৰি আলহী হিচাপে আছে পৰ্যটক দম্পতী…

আজি সন্ধিয়া ৬ বজাত অন্ত পৰিব দিল্লীৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ দিল্লীৰ ৭০ টা বিধানসভা সমষ্টিৰ বাবে ৮ ফেব্ৰুৱাৰীত ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব । দিল্লীৰ মুঠ ১ কোটি ৪৭ লাখ ৬৮৬ হাজাৰ ৩৮২ গৰাকী ভোটাৰে এইবাৰ তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব । ইতিমধ্যে প্ৰতিটো দলেই নিৰ্বাচনী…