নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ পূব এতিয়াৰ বিকাশৰ ইঞ্জিনঃ প্ৰধানমন্ত্ৰী মোডী

নিয়মীয়া বাৰ্তা ৬ নৱেম্বৰঃ বৃহস্পতিবাৰে লোকসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে উত্তৰ পূব ভাৰত যি বহু বছৰ ধৰি উপেক্ষিত হৈ আছিল এতিয়া বিকাশৰ ইঞ্জিনলৈ পৰ্যবেশিত হৈছে। আৰু কেন্দ্ৰই সেই অঞ্চলৰ বিকাশৰ বাবে কাম কৰি আহিছে। এতিয়া পৰিৱেশ সলনি…

১০৫ বছৰীয়া আইতাই ৭৪.৫% নম্বৰেৰে উত্তীৰ্ণ হ’ল চতুৰ্থ শ্ৰেণী

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ এগৰাকী ১০৫ বছৰীয়া আইতা । নাম ভাগীৰথী আম্মা । যোৱা নৱেম্বৰ মাহত কেৰালা স্বাক্ষৰতা অভিযান মিছনৰ অধীনত অনুষ্ঠিত হোৱা চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাত সবাতোকৈ বয়োজ্যেষ্ঠ পৰীক্ষাৰ্থী ৰূপে অৱতীৰ্ণ হৈছিল এইগৰাকী আইতা ।…

উদ্ধাৰ বন্যহস্তীৰ মৃতদেহ, কাটি নিলে দাঁত-শুঁৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ৰাজ্যত হাতী-মানুহৰ সংঘাত ধাৰাবাহিকভাৱে অব্যাহত থকাৰ সময়তে সংঘটিত হৈছে এক কৰুণ ঘটনা। কামৰূপৰ বকোৰ চুকুনীয়াপাৰাত উদ্ধাৰ এটা বন্যহস্তীৰ মৃতদেহ। ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈছে যদিও জানিব পৰা নাই হাতীটোৰ…

মহাত্মা গান্ধী আপোনাৰ কাৰণে ট্ৰেইলাৰ আমাৰ কাৰণে জীৱনঃপ্ৰধানমন্ত্ৰী

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ লোকসভাত ৰাষ্ট্ৰপতিৰ অভিভাষণক, ধন্যবাদ প্ৰস্তাৱ সূচক মন্তব্য কৰিলৈ পোন প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰে। দৰাচলতে প্ৰধানমন্ত্ৰীয়ে লোকসভাত প্ৰৱেশ কৰোতে কংগ্ৰেছে মহাত্মা গান্ধী অমৰ হওঁক…

বিশাল বাইক ৰেলীৰে প্ৰধানমন্ত্ৰীক স্বাগতম এবছুৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ ঐতিহাসিক বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ পাচত কাইলৈ অৰ্থাৎ ৭ ফেব্ৰুৱাৰী তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত কৰা হৈছে বিশাল বিজয় উৎসৱ । অসম চৰকাৰ, বড়ো সংগঠনসমূহৰ প্ৰচেষ্টাত অনুষ্ঠিত হ'ব লগা এই বিজয় উৎসৱত ভাগ ল'ব দেশৰ…

অশ্লীল ভিডিঅ’ চাবলৈ বাধ্য কৰোৱাৰ অভিযোগ কৰিঅ’গ্ৰাফাৰ গণেশৰ বিৰুদ্ধে

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বলিউডত যৌন নিৰ্যাতনৰ অভিযোগ পুৰণি নহয় । ইজনৰ পাছত সিজন কলা-কুশলীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ চলি থকাৰ মাজতে পুনৰ পোহৰলৈ আহিছে আন এক অভিযোগ । এগৰাকী মহিলা সহকাৰী কৰিঅ'গ্ৰাফাৰে বিখ্যাত কৰিঅ'গ্ৰাফাৰ গণেশ…

পৃথিৱীৰ পোহৰ দেখিয়েই ক’ৰোনাত আক্ৰান্ত হ’ল এটি নৱজাতক

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ চীনত ভয়ংকৰ ৰূপ লোৱা ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে এটি নৱজাতক । বুধবাৰে য়ুহান চহৰত জন্ম হোৱা এটি নৱজাতকৰ শৰীৰত জন্মৰ ঠিক ৩০ ঘণ্টাৰ পাছতেই ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে । এনেদৰে এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা সংক্ৰমিত…

গুৱাহাটীত IED উদ্ধাৰক লৈ কি ক’লে আৰক্ষী আয়ুক্তই ?

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বুধবাৰে নিশা গুৱাহাটীৰ মাজমজিয়াৰ পল্টন বজাৰ আৰু পাণবজাৰত উদ্ধাৰ হয় দুটা আই ই ডি বোমা । আই ই ডি উদ্ধাৰৰ পাচতেই গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই কয় যে, তিনিচুকীয়াত গ্রেপ্তাৰ হোৱা আলফা (স্বাঃ)ৰ এজন…

মোনাবাৰী চাহ বাগিচাত গঁড়ৰ মুক্ত বিচৰণ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত বৃহস্পতিবাৰে পুৱাই প্ৰৱেশ কৰে এটা গঁড়ে । কাজিৰঙাৰ পৰা চাহ বাগিচাখনত প্ৰৱেশ কৰা গঁড়টো এতিয়া আবদ্ধ হৈ পৰিছে জনাঞ্চলত । ইফালে, গঁড়ৰ বিচৰণৰ পাচতেই স্বচক্ষে চোৱাৰ মানসেৰে এতিয়া…

তিনি লাখ টকা লৈ মেঘালয়ৰ ঘন অৰণ্যত মুকলি কৰিলে অসমৰ দুই অপহূতক

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱর্তী মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত অসমৰ দুজন লোকক উগ্রপন্থীয়ে অপহৰণ কৰি তিনি লাখ টকাৰ বিনিময়ত মুকলি কৰি দিয়া ঘটনা পোহৰলৈ অহাত চুবুৰীয়া ৰাজ্যখনত পুনৰ গাৰো নেচনেলিষ্ট লিবাৰেচন…