বিজেপিৰ বৰঘৰলৈ বলিষ্ঠ ‘কা’বিৰোধী নেতা মটক সন্মিলনৰ সাধাৰণ সম্পাদক কাজল গোহাঁই
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ চাবুৱাৰ সাহিত্য সভা ভৱনত ভাৰতীয় জনতা পার্টীৰ যুৱ মর্চাৰ উদ্যোগত বুধবাৰে অনুষ্ঠিত কার্যকর্তা সভা এখনত বিধায়ক বিনোদ হাজৰিকাৰ উপস্থিতিত কেইবাজনো কংগ্রেছ কর্মীৰ লগতে মটক সন্মিলনৰ সাধাৰণ সম্পাদক তথা ‘কা’ৰ বিৰুদ্ধে…