নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কালীবাৰীৰ ৰে’লৱে কলনীত ডেৰ শতাধিক পৰিয়ালক উচ্ছেদ

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ পল্টন বজাৰৰ কালীবাৰী ৰে’লৱে কলনীত দীর্ঘদিন ধৰি অবৈধভাৱে বসবাস কৰা ডেৰ শতাধিক পৰিয়ালক বুধবাৰে ৰে’ল বিভাগে উচ্ছেদ কৰে৷ কালীবাৰী ৰে’লৱে কলনীত অবৈধভাৱে টিন আৰু তর্জাৰ বেৰাৰে ঘৰ সাজি একাংশ লোকে বসবাস কৰি আহিছিল৷ ৰে’ল…

ধন, এটিএম, ম’বাইল কাঢ়ি নিয়া নগাঁৱৰ তিনি ব্যৱসায়ীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ কাশ্মীৰৰ এজন ফলমূলৰ পাইকাৰী ব্যৱসায়ীক নগাঁও চহৰৰ সমীপৰ তিনিজনমান ব্যৱসায়ীয়ে এটা ঘৰত আবদ্ধ কৰি ৰাখি ভয়–ভাবুকি দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ভয়–ভাবুকি দিয়া ব্যৱসায়ী তিনিজনৰ কবলৰ পৰা নগাঁও চহৰৰ একাংশ…

গীতানগৰ আৰক্ষীৰ জালত দুর্ধর্ষ ডকাইত

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ মহানগৰীৰ গীতানগৰ আৰক্ষীয়ে কালি এটা দুর্ধর্ষ ডকাইত গ্রেপ্তাৰ কৰে৷ ধৃত ডকাইতটো বিহাৰৰ কাটিহাৰা জিলাৰ ৰৌতাৰা গাঁৱৰ অনুৰাগ সিং৷ আৰক্ষী সূত্রে জানিব পৰা মতে ধৃত দুর্ধর্ষ ডকাইতটোৱে হাতীগড় চাৰিআলিস্থিত ভাৰতীয় ষ্টেট…

খাৰুপেটীয়াত জব্দ এক ট্রাক অবৈধ অৰুণাচলী সুৰা

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ খাৰুপেটীয়া থানাৰ আৰক্ষীয়ে বুধবাৰে এক ট্রাক অবৈধ অৰুণাচলী সুৰা জব্দ কৰে৷ উক্ত সুৰাখিনি ৰাজ্যৰ বাহিৰলৈ নিয়াৰ পথত আৰক্ষীয়ে ১৫ নং ৰাষ্ট্রীয় পথত জব্দ কৰে৷ আৰক্ষীয়ে জব্দ কৰাৰ পূর্বে উক্ত বৃহৎ পৰিমাণৰ সুৰাখিনিক লৈ…

ঠিকাদাৰৰ কাণ্ডত ক্ষুব্ধ ৰাইজঃ চন্দ্রপুৰত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ চন্দ্রপুৰ গাঁও পঞ্চায়ত এলেকাৰ ২নং চন্দ্রপুৰ গাঁৱৰ এটি দহ লাখ টকীয়া পথ নির্মাণক কেন্দ্র কৰি ঠিকাদাৰ বিজেপি কর্মী আৰু ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ জানিব পৰা মতে, নাৰেংগী–চন্দ্রপুৰ সংযোগী ঘাইপথৰ পৰা ২নং…

‘কা’বিৰোধী আন্দোলনত হিংসাঃ কটনৰ প্রাক্তন সাঃ সম্পাদকক নিয়াৰ চমন

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ কটন বিশ্ববিদ্যালয়ৰ প্রাক্তন সাধাৰণ সম্পাদক প্রাঞ্জল কলিতাক ‘নিয়া’ৰ কার্যালয়ত হাজিৰ হ’বলৈ  চমন জাৰি কৰিছে ৷ আজি দিনৰ ১১ বজাত ‘নিয়া’ৰ কার্যালয়ত প্রাঞ্জল কলিতাই হাজিৰ হ’ব লাগিব৷ মাওবাদী সংগঠনৰে সম্পর্ক, দেশদ্রোহ…

‘নিয়মীয়া বার্তা’ৰ চীফ ৰিপ’টাৰ হেমন্ত মজুমদাৰ ৰিপ’টাৰ খনিন ডেকা সন্মানিত

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ আজান ফকীৰ (পীৰ) প্রকল্প ন্যাসৰ উদ্যোগত দেশী জনগোষ্ঠীয় মঞ্চ, অসম আৰু সদৌ অসম গৰিয়া–মৰিয়া যুৱ–ছাত্র পৰিষদৰ সহযোগত বুধবাৰে গুৱাহাটী প্রেছ ক্লাবত ৰাজ্যৰ ২০ গৰাকী সাংবাদিক আৰু লোকশিল্পীক সম্বর্ধনা জনোৱা হয়৷ আজান…

আদাবাৰীৰ পেট্র’ল পাম্পত অবৈধ আস্থান

নিয়মীয়া বাৰ্তা ৬ ফেব্রুৱাৰীঃ মহানগৰীৰ আদাবাৰী বাছ আস্থানৰ সন্মুখত তথা এনআৰএল আৰু শৰাইঘাট পেট্র’ল পাম্পৰ মধ্যভাগত মূল পথৰ ওপৰতে গঢ়ি উঠা অবৈধ যাত্রীবাহী বাহনৰ আস্থানৰ বাবে সম্প্রতি আদাবাৰীত নিয়মিত সৃষ্টি হৈছে ব্যাপক যান–জঁট৷ ফলত সাধাৰণ…

নাৰেংগী–বোন্দা সংযোগী পথ মেৰামতি

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ  নিয়মীয়া বার্তা’ৰ বাতৰিৰ পিছতহে যেন গা লৰিল গড়কাপ্ঢানী বিভাগ তথা প্রশাসনৰ৷ উল্লেখ্য যে নাৰেংগীৰ পৰা বোন্দাপর্যন্ত ফৰলেনযুক্ত মূল গড়কাপ্ঢানী পথটো আজিৰ পৰা প্রায় ৫ মাহ পূর্বে নির্মাণ কৰিছিল জয়ন্তী কনষ্ট্রাকচন নামৰ…

দুষ্টচক্রৰ হাতোৰাত সংকুচিত দীপৰ বিলত ভয়াৱহ প্রদূষণ

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ মৎস্য উৎপাদনৰ উৎস হিচাপে পৰিগণিত বিল–জলাশয়সমূহ ৰাজ্য চৰকাৰৰ মীন বিভাগৰ হাতত অর্পণ কৰিব বুলি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছতো ৰামচাৰ ছাইট হিচাপে পৰিগণিত দীপৰ বিলখনৰ উন্নয়ন…