নাকৰ অস্ত্রোপচাৰে মহিলাৰ বয়স ৩ বছৰ কমাই দিব পাৰে
ৰাইনোপ্লাষ্টী বা নাকৰ কছমেটিক অস্ত্রোপচাৰে এগৰাকী মহিলাৰ বয়স ৩ বছৰ কমাই দিব পাৰে৷ এক অধ্যয়নত এই কথা প্রমাণিত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্নিয়া, লছ এঞ্জেলছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ১৬ৰ পৰা ৭২ বছৰীয়া বয়সৰ ১০০গৰাকী মহিলা ৰোগীৰ ফটো…