ডিব্ৰুগড় বিশ্ববিদ্যালয়ত লোকবোধ্য বিজ্ঞান লেখনৰ কৰ্মশালা
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিত কোষৰ উদ্যোগত আৰু অসম বিজ্ঞান লেখক সংস্থাৰ সহযোগত এখন লোকবোধ্য বিজ্ঞান লেখনৰ কৰ্মশালা আয়োজন কৰা হৈছে । বিশ্ববিদ্যালয়খনত অহা ২০ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত কৰিবলৈ…