নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এৰিয়াছ ছ’চাইটীত ৪২ পদ খালী

এৰিয়াছ ছ’চাইটী অর্থাৎ অসম গ্রামীণ আন্তঃগাঁথনি আৰু কৃষিজাত সেৱা সমাজত মুকলি হৈছে একাধিক পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এৰিয়াছৰ ৰাজ্যিক প্রকল্প সঞ্চালকে এক বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদসমূহৰ ভিতৰত আছে– ট্রেইনিং এণ্ড…

অইল ইণ্ডিয়া লিমিটেডত নিযুক্তিৰ সুযোগ

অইল ইণ্ডিয়া লিমিটেডত আৱশ্যক হৈছে লায়ন্স অফিচাৰৰ৷ পদটো দুলিয়াজানস্থিত অইলৰ মুখ্য কার্যালয়ত পূৰণ কৰা হ’ব৷ প্রার্থী প্রাৰম্ভিক পর্যায়ত এবছৰীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব যদিও পৰৱর্তী সময়ত চাকৰিৰ ম্যাদ দুবছৰলৈ বৃদ্ধি কৰা হ’ব৷ আবেদনকাৰী…

টুৰিষ্ট ভিচাৰে আহি ভাগ ল’লে ধৰ্মীয় সভাতঃ আটক বাংলাদেশী নাগৰিক

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ তিতাতোলাৰ পৰা মঙলবাৰে নিশা আৰক্ষীয়ে আটক কৰে এগৰাকী বাংলাদেশী নাগৰিকক । মুফটি হুছেইন মামুদ নামৰ লোকজনে নিজকে পৰ্যটক বুলি পৰিচয় দি টুৰিষ্ট ভিচাৰে অসমত প্ৰৱেশ কৰিছিল । টুৰিষ্ট ভিচাৰে অসমত…

আজি হাঁহচৰাৰ যাঠিপতীয়া গাঁৱত ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব প্রণৱ গগৈৰ

নিয়মীয়া বার্তা, ৫ ফেব্ৰুৱাৰীঃ ১৯৫৫ চনতে কটন মহাবিদ্যালয়ৰ পৰা ছাত্র ৰাজনীতিৰে অসমৰ মূল্যবোধৰ ৰাজনীতিৰ বাটকটীয়া হিচাপে চিৰদিনৰ বাবে এক সুকীয়া পৰিচয় ৰাখি থৈ যোৱা, অসম চৰকাৰৰ প্রাক্তন কেবিনেট মন্ত্রী, অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ তথা ১০৮নং…

ভাৰতীয় ৰে’লৱেত শিক্ষানবিচৰ ১২৭৩ পদ

ভাৰতীয় ৰে’লৱেত অচিৰেই শিক্ষানবিচৰ ১,২৭৩ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ এই বিষয়ে ইতিমধ্যে ভাৰতীয় ৰে’লৱে কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া ট্রেডসমূহ হৈছে– ডিজেল মেকানিক (১০০), ইলেক্ট্রিচিয়ান (৩৮০),…

এছবিআইত স্পেচিয়েলিষ্টৰ ১০০ পদৰ বিজ্ঞাপন

দেশৰ বৃহত্তম বিত্তীয় প্রতিষ্ঠান এছবিআইত খালী হৈছে স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰৰ ১০০ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি কেন্দ্রীয় নিযুক্তি ব’ডৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ…

জিএনআৰচিত স্বাস্থ্যমিত্রৰ ৫০,০০০ পদ খালী

উত্তৰ–পূর্বাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়োৱা ব্যক্তিগত খণ্ডৰ এখন অন্যতম অগ্রণী আৰু আগশাৰীৰ চিকিৎসালয় জিএনআৰচি হাস্পতালত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি হাস্পতাল কর্তৃপক্ষই ‘নিয়মীয়া বার্তা’ কাকতত বিজ্ঞাপন প্রকাশ…

ক্রীড়া–যুৱ কল্যাণ সঞ্চালকালয়ত ৩১ পদ খালী

গুৱাহাটীৰ দিছপুৰস্থিত ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি সঞ্চালকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– ছাব ডিভিজনেল…

নগাঁৱত গ্রেপ্তাৰ ১০ চোৰাং গৰু সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ মাজেৰে অবৈধভাৱে পশুধনৰ সৰবৰাহ অব্যাহত আছে৷ যোৱানিশাও ২ মান বজাত নগাঁও আৰক্ষীয়ে এক অভিযান চলাই চহৰখনৰ হয়বৰগাঁৱৰ পৰা চাৰিখনকৈ চোৰাং গৰুভর্তি ট্রাক জব্দ কৰে৷ আৰক্ষীয়ে দহজন গৰু সৰবৰাহকাৰীকো গ্রেপ্তাৰ…

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ফিল্ড এছিছটেণ্টৰ পদ খালী

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত খালী হৈছে ফিল্ড এছিছটেণ্টৰ ২টা পদ৷ ইয়াৰে ১টা অসংৰক্ষিত আৰু আনটো পদ অ’বিচি/এম’বিচি প্রার্থীৰ বাবে সংৰক্ষিত৷ আবেদনকাৰী বিজ্ঞানৰ স্নাতক ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ১৭,০০০ টকা লাভ কৰিব৷…