নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ সমালোচনাৰ প্রত্যুত্তৰ দি বিজেপিক প্রকৃত গান্ধীভক্ত আখ্যা মন্ত্রী যোশীৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সাংসদ অনন্তকুমাৰ হেগ্রেই মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্রাম এক নাটক আছিল বুলি আখ্যা দিয়া ঘটনাক কেন্দ্র কৰি দেশজুৰি উত্তপ্ত অৱস্থা অব্যাহত থকাৰ সময়তে মঙলবাৰে লোকসভাত সংসদীয়…

ছিয়াচেনৰ জোৱানে পোৱা নাই অত্যাধুনিক বুট

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ বিশ্বৰ উচ্চতম যুদ্ধক্ষেত্র হিচাপে চিহ্ণিত ছিয়াচেন আৰু লাডাখত সৈনিকসকলে বিভিন্ন সামগ্রীৰ অভাৱৰ মাজতে কর্তব্য পালন কৰি আছে৷ শেহতীয়াকৈ লোকসভাত দেশৰ মহাগাণনিক (কেগ)ৰ তৰফৰ পৰা এই সন্দর্ভত এক প্রতিবেদন দাখিল কৰা হৈছে৷…

এ এছ আই শ্রৱণ কুমাৰ ঝাক মাৰাথন জেৰা আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ গুৱাহাটী ৰে’ল ষ্টেচনত তালাচীৰ নামত যাত্রীৰ পৰা এক কিঃগ্রাঃ সোণ ডকাইতিত জড়িত আৰক্ষী বিষয়া শ্রৱণ কুমাৰ ঝাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আন দুজন অভিযুক্ত কনিষ্টবল ত্রিলোচন বড়ো আৰু বাবুল হক…

ৰে’লৱে আৰক্ষীৰ নিষ্ক্রিয়তাত অসুৰক্ষিত যাত্রী

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ অসম তথা উত্তৰ–পূর্বাঞ্চলৰ যাতায়াত ব্যৱস্থাৰ অন্যতম প্রাণকেন্দ্র গুৱাহাটী ৰে’লৱে ষ্টেচনত নাই পর্যাপ্ত সুৰক্ষা ব্যৱস্থা৷ এন এফ ৰে’লৱে কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে প্রতিদিনে হাজাৰ হাজাৰ লোকৰ সমাগম ঘটা গুৱাহাটী…

গুৱাহাটীত মুখ্যমন্ত্রীৰ জ্ঞানজ্যোতি আঁচনিৰ কার্যসূচীৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলা প্রশাসনৰ উদ্যোগত গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অহা ২৪ ফেব্রুৱাৰীৰ পৰা ২৭ ফেব্রুৱাৰীলৈ মুখ্যমন্ত্রীৰ জ্ঞানজ্যোতি আঁচনিৰ কার্যসূচী অনুষ্ঠিত হ’ব৷ জিলা উপায়ুক্তৰ কার্যালয়ত জিলা উন্নয়ন…

চন্দ্রপুৰৰ খামৰেঙা বিলত মৃত হাতী পোৱালিৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা জনাঞ্চললৈ নামি অহা বনৰীয়া হাতীৰ জাকৰ মাজৰ এটা ডেৰমহীয়া পোৱালি হাতী পুনৰ মৃত্যুমুখত পৰা কার্যই তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্রায় এসপ্তাহমান পূর্বে পাণবাৰীৰ চাহ বাগিচাৰ মাজত…

বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্বেগজনক তথ্যঃ প্রতি দহ ভাৰতীয়ৰ এজনৰ দেহত কর্কট

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিশ্ব কর্কট দিৱসৰ দিনাই ভাৰতত এই ৰোগত আক্রান্তৰ সংখ্যা বৃদ্ধিৰ ভয়াৱহ তথ্য প্রকাশ পাইছে৷ ৰাষ্ট্রসংঘৰ বিশ্ব স্বাস্থ্য সংস্থা WHO) ৰ প্রতিবেদনত ভাৰতত কর্কট ৰোগত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ণতা প্রকাশ…

আজিৰে পৰা শ্রীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ জাতি–ধর্ম–বর্ণ–ভাষা নির্বিশেষে একপ্রকাৰ মিলনভূমিলৈ পর্যবসিত হ’ল শ্রীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক বার্ষিক অধিৱেশনথলী৷ বোকাখাতৰ দিহিঙীয়া মহুৰা পথাৰৰ বিশ্ব ঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হ’ব লগা সংঘৰ…

কাছাৰত সহকর্মীৰ গুলীত নিহত চিআৰপিএফ জোৱান

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ কাশীপুৰ চিআৰপিএফ কেম্পত মঙলবাৰে চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ জানিব পৰা অনুসৰি, চিআৰপিএফ কেম্পটোৰ তিনিগৰাকী জোৱান ক্রমে সুৰেন্দ্র কুমাৰ, ধৰমপাল যাদৱ আৰু ভীমলেছ উপাধ্যায়ৰ মাজত সৃষ্টি…

আপে ঘৃণাৰ ৰাজনীতি কৰিছেঃ মোদী

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ নির্বাচনলৈ মাজত মাত্র তিনিটা দিন বাকী থকা অৱস্থাত দিল্লীৰ প্রচাৰ অভিযান তুংগত উঠিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত বিজেপি আৰু ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্রেছ দলে মঙলবাৰে ৰাজধানী চহৰখনত পৃথক নির্বাচনী সভা…